![]()
ভ্ৰাম্যমাণ জগতত নাম সাঙুৰ খাইছে জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ (Shankuraj Knowar)। ৰাজমুকুট থিয়েটাৰৰ জৰিয়তে এই খোজ দিছে কণ্ঠশিল্পী গৰাকীয়ে। এই থিয়েটাৰ গোষ্ঠীৰ আগন্তুক নাট্যবৰ্ষৰ “ব্ৰহ্মচাৰী” নামৰ নাটকখনত সংযোজিত “আপোন হেৰাই গ’লে” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে শংকুৰাজে।














