ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

ISRO lunar mission I বিক্ৰমৰ ‘ইলছা’ যন্ত্ৰত ধৰা পৰা চন্দ্ৰপৃষ্ঠৰ কম্পনৰ অনুসন্ধান কৰি আছে ইছৰোৱে

নিউজ ডেস্কঃ

News Desk by News Desk
September 1, 2023
Reading Time: 1 min read
A A
0
ISRO lunar mission I বিক্ৰমৰ ‘ইলছা’ যন্ত্ৰত ধৰা পৰা চন্দ্ৰপৃষ্ঠৰ কম্পনৰ অনুসন্ধান কৰি আছে ইছৰোৱে

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম (Chandrayaan-3’s lander Vikram) আৰু ৰ’ভাৰ প্ৰজ্ঞানে (Rover Pragyan) চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষা (Experiments on the lunar surface) চলাই থকাৰ সময়তে চন্দ্ৰৰ মাটি কঁপি উঠে। এই কথা বৃহস্পতিবাৰে কয় ইছৰোৰ বিজ্ঞানীসকলে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি, যোৱা ২৬ আগষ্টত বিক্ৰম লেণ্ডাৰে চন্দ্ৰত ‘প্ৰাকৃতিক’ ভূমিকম্প ধৰা পেলাইছিল।

বিক্ৰমৰ ‘ইলছা’ যন্ত্ৰত ধৰা পৰা চন্দ্ৰপৃষ্ঠৰ কম্পনৰ অনুসন্ধান কৰি আছে ইছৰোৱে
বিক্ৰমৰ ‘ইলছা’ যন্ত্ৰত ধৰা পৰা চন্দ্ৰপৃষ্ঠৰ কম্পনৰ অনুসন্ধান কৰি আছে ইছৰোৱে:

ইছৰোৱে জনোৱা মতে, লেণ্ডাৰখনৰ ভূমিকম্প ধৰা পেলোৱা পেলোড আই এল এছ এৰ (ইণ্টুমেণ্টছ ফৰ লুনাৰ ছিছমিক এক্টিভিটি) দ্বাৰা এই কম্পন ধৰা পৰিছে। ইয়াৰ পূৰ্বে ইলছাই ৰ’ভাৰ প্ৰজ্ঞান আৰু অন্যান্য পেলোডৰ ফলত হোৱা কম্পন ধৰা পেলাইছিল। কিন্তু ২৬ আগষ্টৰ ভূমিকম্পৰ কাৰণ কি আছিল তদন্ত চলি আছে। পেলোড আই এল এছ এৰ প্ৰধান উদ্দেশ্য হৈছে লেণ্ডাৰ বিক্ৰমৰ অৱতৰণ স্থানৰ চাৰিওফালে মাটিৰ কম্পন আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰা।

বৃহস্পতিবাৰে ‘এক্স’ (টুইটাৰ) হেণ্ডেলত এটা পোষ্টত ইছৰোই লিখিছে, “তৃতীয় চন্দ্ৰযান লেণ্ডাৰ পেলোডে ইলছা, ৰ’ভাৰ আৰু অন্যান্য পেলোডৰ গতিবিধিৰ ফলত হোৱা কম্পন ধৰা পেলায়।” একে সময়তে ২৬ আগষ্টত ইলছাই আন এক কম্পন ধৰা পেলায়। যিটো স্বাভাৱিক বুলি গণ্য কৰা হয়।’ ইছৰোৱে কয় যে এই কম্পনৰ উৎসৰ তদন্ত চলি আছে।

Tags: LanderVikramRoverPragyanলেণ্ডাৰবিক্ৰমৰ'ভাৰপ্ৰজ্ঞান
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

May 5, 2026
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx