ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gangrape in Haryana I স্বামীৰ বিৰুদ্ধে অভিযোগ দিবলৈ গৈ হাৰিয়ানাত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা, আৰক্ষীসহ অভিযুক্ত ৭

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2023
Reading Time: 1 min read
A A
0
“A Tragedy in Dibrugarh: 17-Year-Old Girl Found Murdered in Banipur Dhekeri Gaon”

RELATED POSTS

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিবলৈ যোৱা এগৰাকী মহিলাক থানাখনৰ উপ-পৰিদৰ্শক আৰু তেওঁৰ সহযোগীসকলে নিৰ্যাতন চলায়। অভিযোগ অনুসৰি, তিনিদিন ধৰি এটা কোঠাত আবদ্ধ কৰি তেওঁক দলবদ্ধ ধৰ্ষণ (Gang rape) কৰে। কেৱল সেয়াই নহয়, মহিলাগৰাকীক বিক্ৰীও কৰি দিয়া হয়। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পালবালত (Palbal in Haryana)।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পালবালৰ বাসিন্দা মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ হাছানপুৰ থানালৈ গৈছিল। তেতিয়া থানাত উপস্থিত আছিল এছআই শিৱচৰণ। ভুক্তভোগীয়ে দাবী কৰে যে এছআয়ে তেওঁৰ অভিযোগ লʼবলৈ অস্বীকাৰ কৰে।

 হাৰিয়ানাত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা
স্বামীৰ বিৰুদ্ধে অভিযোগ দিবলৈ গৈ হাৰিয়ানাত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা:

তেওঁৰ সংগী বল্লীৰ সৈতে থানাৰ কাষৰ এখন পথাৰলৈ যাবলৈ বাধ্য কৰায়। ইতিমধ্যে তাত নিৰঞ্জন আৰু ভীম নামৰ দুজন ব্যক্তি উপস্থিত আছিল। সেই তিনিজন মানুহে তেওঁক পথাৰত নিৰ্যাতন চলায়। অভিযোগ অনুসৰি, ঘটনাৰ ভিডিঅʼ লৈ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হʼব বুলি ভাবুকি দিয়ে।

ভুক্তভোগী মহিলাগৰাকীয়ে আৰু অভিযোগ কৰে যে ইয়াৰ পিছত তিনিওজনে তেওঁক নি শান্তি নামৰ এগৰাকী মহিলাৰ ঘৰত ৰাখে। তাতে তিনিদিন ধৰি বল্লী, নিৰঞ্জন আৰু ভীমাই তেওঁক নিৰ্যাতন চলায়। তিনিদিন বন্দী হৈ থকাৰ পিছত তেওঁক বিজেন্দ্ৰ নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰি দিয়া হয়। এছআই শিৱচৰণৰ উপস্থিতিত গজেন্দ্ৰ আৰু তেওঁৰ এজন আত্মীয়ই দলবদ্ধ ধৰ্ষণ কৰে।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰৰ বাবে তৎপৰ হয়। তেওঁক উদ্ধাৰ কৰা হয়। এছআই শিৱচৰণকে ধৰি ৭জন ব্যক্তিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণকে ধৰি একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GangrapeHaryanaহাৰিয়ানাদলবদ্ধধৰ্ষণ
Share5Tweet3Send

Related Posts

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

by News Desk
September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

by News Desk
September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

by News Desk
September 11, 2026
50
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

55
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

51
ADVERTISEMENT
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d