ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sanatan dharma controversy I সনাতন ধৰ্মক আক্ৰমণ কৰিলে জিভা কাটি পেলাম! উদয়নিধিক লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 13, 2023
Reading Time: 1 min read
A A
0
Sanatan dharma controversy I সনাতন ধৰ্মক আক্ৰমণ কৰিলে জিভা কাটি পেলাম! উদয়নিধিক লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

‘সনাতন ধৰ্ম’ (Sanatana Dharma) সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গজেন্দ্ৰ সিং শ্বেখাৱাটে (Gajendra Singh Shekhawat) চৰম সকীয়নি প্ৰদান কৰিছে। অভিযোগ অনুসৰি, ৰাজস্থানৰ বাৰ্মেৰত বিজেপিৰ প্ৰব্যন যাত্ৰাত ভাষণ দি তেওঁ কয়, “সনাতন ধৰ্মৰ বিৰোধিতা কৰাসকলৰ জিভা উলিয়াই আনি কাটি পেলোৱা হʼব। চকু উলিয়াই আনিম।” গজেন্দ্ৰৰ মন্তব্যৰ এটা ভিডিঅʼ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

গজেন্দ্ৰ সিং শ্বেখাৱত
সনাতন ধৰ্মক আক্ৰমণ কৰিলে জিভা কাটি পেলাম- গজেন্দ্ৰ:

ইতিমধ্যে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ মুৰব্বী এমকে ষ্টেলিনৰ পুত্ৰ উদয়নিধিৰ বিৰুদ্ধে সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি আৰু বিভিন্ন হিন্দুত্ববাদী সংগঠনে। উদয়নিধিক চৰ মাৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হʼব বুলিও পোষ্টাৰত লিখা হৈছে। এই পৰিস্থিতিত গজেন্দ্ৰৰ দৰে এজন প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যই সমগ্ৰ বিষয়টোক ‘আন এক মাত্ৰা’ প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৯ ছেপ্টেম্বৰত চেন্নাইত অনুষ্ঠিত এক সাহিত্যিক অনুষ্ঠানত ষ্টেলিনৰ কেবিনেট সদস্য তথা জনপ্ৰিয় তামিল অভিনেতা উদয়নিধিয়ে কৈছিল- “সনাতন ধৰ্মৰ আদৰ্শ মচি পেলাবলৈ মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আয়োজকসকলক ধন্যবাদ জনাইছো।” তাৰ পিছত তেওঁ কয়, “আমাৰ প্ৰথম কাম বিৰোধিতা নহয়, সনাতন ধৰ্মৰ আদৰ্শ মচি পেলোৱা। এই পৰম্পৰা সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী।” অভিযোগ অনুসৰি, অনুষ্ঠানত উদয়নিধিয়ে কয় যে কিছুমান কথা আছে, যিবোৰৰ বিৰোধিতাই যথেষ্ট নহয়, সেইবোৰ নিৰ্মূল কৰাটো প্ৰয়োজন। কৰোনা, মেলেৰিয়া, ডেংগুৰ যেনেকৈ বিৰোধিতা কৰা নহয়, সেইবোৰ নিৰ্মূল কৰাটো প্ৰয়োজন, পৰম্পৰাগত আদৰ্শবোৰো নিৰ্মূল কৰাটো প্ৰয়োজন।

তৃণমূল নেত্ৰী মমতা বেনাৰ্জী, কংগ্ৰেছ নেতা কমল নাথ, শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে ইতিমধ্যে উদয়নিধিৰ এই বক্তব্যক সমৰ্থন নকৰা বুলি উল্লেখ কৰিছে। ষ্টেলিন-পুত্ৰয়ো ৰাজহুৱাভাৱে কয় যে কোনো ধৰ্মক আঘাত কৰাটো তেওঁৰ উদ্দেশ্য নাছিল। ৰাজনৈতিক উদ্দেশ্যত তেওঁৰ ভাষণৰ ভুল ব্যাখ্যা কৰা হৈছে। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিষয়টো ৰাজনৈতিক প্ৰচাৰত আনিবলৈ আগ্ৰহী বিজেপি।

সমগ্ৰ বিষয়টো হিন্দু ধৰ্মৰ ওপৰত আক্ৰমণ বুলি অভিযোগ কৰি তেওঁলোকে অভিযান চলাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পোনপটীয়াকৈ ‘ইণ্ডিয়া’ক হিন্দু বিৰোধী বুলি ব্ৰেণ্ড কৰে। বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও উদয়নিধিৰ নাম উল্লেখ নকৰাকৈ লক্ষ্য কৰি লয়।

Tags: উদয়নিধিক লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰসনাতন ধৰ্মক আক্ৰমণ কৰিলে জিভা কাটি পেলাম!
Share4Tweet3Send

Related Posts

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

by News Desk
July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

by News Desk
July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

by Staff Reporter
July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT