ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Boat accident in Bihar I বিহাৰত ডুবিল ৩০ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া নাও; ২০ গৰাকী উদ্ধাৰ, ১০ গৰাকী নিৰুদ্দেশ

নিউজ ডেস্কঃ

News Desk by News Desk
September 14, 2023
Reading Time: 1 min read
A A
0
Boat accident in Bihar I বিহাৰত ডুবিল ৩০ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া নাও; ২০ গৰাকী উদ্ধাৰ, ১০ গৰাকী নিৰুদ্দেশ

RELATED POSTS

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

বিহাৰত সংঘটিত হৈছে এক ভয়ানক নাও দুৰ্ঘটনা (Boat accident in Bihar)। ৩০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী নাও নদীত ডুব যায় (Boats carrying school children drown in the river)। অৱশ্যে ২০টা শিশুক উদ্ধাৰ কৰা হৈছে যদিও ১০টা শিশু এতিয়াও সন্ধানহীন (10 children still missing) হৈ আছে। বৃহস্পতিবাৰে পুৱা বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হয় এই ঘটনা।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, শিশুসহ বাগমতী নদী পাৰ হৈ গৈ আছিল এখন নাও। নদীৰ মাজভাগ পোৱাৰ লগে লগে নাওখন ওলটি পৰে। স্থানীয় ৰাইজে প্ৰথমে শিশুকেইটাক বচাবলৈ লৰালৰি কৰে। তেওঁলোকৰ সহায়ত ২০টা শিশুক উদ্ধাৰ কৰা হয় যদিও বাকীকেইটা শিশুৰ কোনো সন্ধান পোৱা নাই।

বিহাৰত ডুবিল ৩০ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া নাও

উদ্ধাৰ অভিযানৰ বাবে আহ্বান জনাইছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক। নিৰুদ্দেশ হোৱা শিশুকেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফৰ জোৱানসকলে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডুবাৰু আনি অনুসন্ধান অভিযান চলোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ৯.৩০ বজাত ৩০ জনতকৈ অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ এখন নাও নদীখন পাৰ হৈ আছিল। স্কুলখন নদীৰ সিপাৰে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে নাৱেৰে যাত্ৰা কৰিবলগা হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নদীখনৰ পানীৰ সোঁত বৃদ্ধি হোৱাৰ বাবে নাৱিকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া নাওখন নদীৰ মাজতে বাগৰি পৰে। এই ঘটনাৰ খবৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুজাফ্ফৰপুৰ জিলা প্ৰশাসনক সম্ভৱপৰ সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BiharBoatAccidentবিহাৰনাওদুৰ্ঘটনা
Share5Tweet3Send

Related Posts

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক
National-International

by News Desk
October 14, 2026
50
CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ
National-International

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

by News Desk
October 14, 2026
50
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

by News Desk
October 13, 2026
51
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

53
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

ADVERTISEMENT
Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক
National-International

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

October 14, 2026
50
CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ
National-International

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

October 14, 2026
50
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
51
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

Bihar boat accident : বিহাৰৰ গংগাত নৌকা ডুবি কমেও ১৩ জনৰ মৃত্যু, অধিকাংশই শিশু আৰু নাবালক

October 14, 2026
CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

CJP leaders arrested : আটক নহয়, দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাংকা, সৌৰভ, শিণ্ডেক; দাবী চিজেপিৰ

October 14, 2026
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d