ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Impeachment against Joe Biden I বাইডেনৰ বিৰুদ্ধে মহাভিযোগৰ তদন্ত আৰম্ভ

নিউজ ডেস্কঃ

News Desk by News Desk
September 30, 2023
Reading Time: 1 min read
A A
0
Impeachment against Joe Biden I বাইডেনৰ বিৰুদ্ধে মহাভিযোগৰ তদন্ত আৰম্ভ

logo new 2 1 1 4 1 3 1 10 | ASSAM TIMES POST

RELATED POSTS

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

পুত্ৰ হাণ্টাৰ বাইডেনৰ ব্যৱসায়িক উদ্যোগৰ পৰা লাভৱান হোৱাৰ লগতে ব্যৱসায় সন্দৰ্ভত বহু মিছা কৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ (US President Joe Biden) বিৰুদ্ধে এই অভিযোগ ৰিপাব্লিকানসকলৰ (Republican’s allegation against)। যাৰ বাবে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ ৰিপাব্লিকান সদস্যৰ এখন কমিটীয়ে বাইডেনৰ বিৰুদ্ধে উত্থাপিত মহাভিযোগৰ তদন্ত আৰম্ভ কৰিছে।

হাউছ অভাৰচাইট কমিটীয়ে অভিযোগ কৰিছে যে হাণ্টাৰৰ বিদেশী বিনিয়োগৰ ফলত কেৱল ৰাষ্ট্ৰপতিয়েই নহয়, তেওঁৰ সমগ্ৰ পৰিয়ালেই লাভৱান হৈছে।তদাৰকী সমিতিৰ অধ্যক্ষ জেমছ কমাৰে কয়, “আমেৰিকাৰ জনসাধাৰণে এই দুৰ্নীতিৰ ব্যাখ্যা বিচাৰে।” যদিও ৰিপাব্লিকান দলে ৰাষ্ট্ৰপতি বাইডেনৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিছে, তথাপিও তেওঁৰ পক্ষত কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই।

বাইডেন
বাইডেনৰ বিৰুদ্ধে মহাভিযোগৰ তদন্ত আৰম্ভ:

ৰিপাব্লিকানসকলে এয়াও অভিযোগ কৰে যে ২০০৯ চনৰ পৰা ২০১৭ চনলৈকে বাৰাক ওবামাৰ কাৰ্যকালত ডেমোক্ৰেট দলৰ নীতিৰ পৰা বাইডেন পৰিয়ালে লাভৱান হৈছিল। ৰিপাব্লিকানসকলৰ এই পেনেলত হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ ডেমোক্ৰেটিক সদস্যসকলো অন্তৰ্ভুক্ত আছে।

কিন্তু ৰিপাব্লিকান সদস্যসকলে বাইডেনৰ বিৰুদ্ধে অভিযোগনামা দাখিল প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ভোট দিবলৈ সক্ষম হৈছেনে নাই সেয়া স্পষ্ট হোৱা নাই। তদাৰকী সমিতিয়ে অনুমোদন দিলেও বিশেষজ্ঞসকলৰ মতে এই প্ৰস্তাৱ আমেৰিকাৰ চিনেটত ওফৰি যাব।

Tags: ImpeachmentওgainstJoeBidenবাইডেনৰবিৰুদ্ধেমহাভিযোগ
Share4Tweet3Send

Related Posts

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

ADVERTISEMENT
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
National-International

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT