ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court on transe gender couple I দেশৰ সমলিংগ দম্পতীয়ে সন্তান তুলি লোৱাৰ ক্ষেত্ৰত মতানৈক্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মাজত

নিউজ ডেস্কঃ

News Desk by News Desk
October 17, 2023
Reading Time: 1 min read
A A
0
Supreme Court on transe gender couple I দেশৰ সমলিংগ দম্পতীয়ে সন্তান তুলি লোৱাৰ ক্ষেত্ৰত মতানৈক্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মাজত

RELATED POSTS

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

দেশত সমলিংগ বিবাহৰ সপক্ষে ৰায় দিয়া নাছিল উচ্চতম ন্যায়ালয়ে (SC did not rule in favour of same-sex marriage)। ‘এলজিবিটিক’ সম্প্ৰদায়ৰ (LGBTK community) লোকসকলে দীৰ্ঘদিন ধৰি সমলিংগ বিবাহৰ বৈধতাৰ বাবে যুঁজ দি আহিছে। ইয়াৰ উপৰি সন্তান তুলি লোৱাৰ অধিকাৰৰ (right to adopt child) বাবেও যুঁজি আছে।

এই যুঁজতো সমকামী লোকসকলে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানত বিশেষ আশা দেখা নাপালে। পাঁচজন ন্যায়াধীশৰ ভিতৰত তিনিজনে দত্তক লোৱাৰ বিৰোধিতা কৰে। বাকী দুজন ন্যায়াধীশে এই দত্তক সমৰ্থন কৰে। ফলত বিচাৰ ৩:২ অনুপাতত বিভক্ত হয়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰ আৰু ন্যায়াধীশ সঞ্জয় কৌলে কয় যে সমলিংগ দম্পতীক সন্তান দত্তক লোৱাৰ অধিকাৰ দিয়া উচিত। কিন্তু ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিংহই মতানৈক্য প্ৰকাশ কৰে।

দেশৰ সমলিংগ দম্পতী

সমলিংগ বিবাহক বৈধতা প্ৰদান কৰা হʼবনে নহয় সেই ৰায়দানত দত্তক লোৱাৰ বিষয়টো আহিছিল। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “কেৱল বিপৰীত লিংগৰ দম্পতীহে ভাল পিতৃ-মাতৃ হʼব পাৰে এই বিষয়ে অনুমান কৰিব পৰা নাই আইনে।”

তেওঁ লগতে কয়, “কেন্দ্ৰীয় দত্তক সম্পদ কৰ্তৃপক্ষই সমকামী দম্পতীসকলক সন্তান তুলি লোৱাৰ অধিকাৰ অস্বীকাৰ কৰিছে, যি সংবিধানৰ অনুচ্ছেদ 15 উলংঘা কৰে।”উল্লেখযোগ্য যে ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনে নহয় সেই বিষয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে এলজিবিটিকসকলে।

মঙলবাৰে এই বিবাহৰ আইনী স্বীকৃতি সন্দৰ্ভত ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশসকলে এই সম্পৰ্কক স্বীকৃতি দিয়ে যদিও বিবাহৰ সপক্ষে ৰায় দিয়া নাই। উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে কেন্দ্ৰীয় সমিতিক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বিষয়টো বিধায়িনী দলৰ হাতত এৰি দিয়া হৈছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সমলিংগ সম্পৰ্কৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ এখন সমিতি গঠন কৰাটো প্ৰয়োজনীয়। তাৰ জৰিয়তে সম্প্ৰদায়টোৰ অধিকাৰ সুৰক্ষিত হʼব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: LGBTKCommunitySCসমলিংগউচ্চতমন্যায়ালয়
Share4Tweet3Send

Related Posts

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

by News Desk
October 3, 2026
50
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

by News Desk
October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

ADVERTISEMENT
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
50
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d