ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঝাৰখণ্ডত চৰকাৰ গঠনৰ কুছকাৱাজ আৰম্ভ : ২৭ ডিচেম্বৰত শপত ল’ব হেমন্ত চোৰেণে

ASSAM TIMES POST by ASSAM TIMES POST
December 24, 2019
Reading Time: 1 min read
A A
0
ঝাৰখণ্ডত চৰকাৰ গঠনৰ কুছকাৱাজ আৰম্ভ : ২৭ ডিচেম্বৰত শপত ল’ব হেমন্ত চোৰেণে

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

ঝাৰখণ্ড মচনদৰ পথ প্ৰশস্ত হেমন্ত চোৰেণৰ বাবে৷ এতিয়া ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত৷ মুখ্য মন্ত্ৰীৰ দাবীদাৰক লৈ কোনো মতানৈক্য নাই৷ প্ৰাথমিকভাৱে মন্ত্ৰীসভাৰ ৰূপৰেখাও তৈয়াৰ কৰি তুলিছে মিত্ৰজোঁটৰ নেতাসকলে৷ জেএমএম তথা ৰাঁচীৰ ৰাজভৱনৰ এক সূত্ৰমতে, অহা ২৭ ডিচেম্বৰত মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণৰ সম্ভাৱনা আছে হেমন্ত চোৰেণৰ৷

অৱশ্যে সোমবাৰে দুপৰীয়া পৰ্যন্ত বিজেপিয়ে আশাপালি আছিল ফলাফল ত্ৰিশংকু হ’ব পাৰে বুলি৷ কিন্তু দিন যিমানে বাগৰিল সিমানে পাল্লা গধুৰ হ’ল জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ৷ ৮১খন আসনৰ ঝাৰখণ্ড বিধানসভাত শেষ পৰ্যন্ত এই মিত্ৰজোঁটৰ দখললৈ যায় ৪৭খন আসন৷ ইয়াৰ ভিতৰত জেএমএমে ৩০খন, কংগ্ৰেছে ১৬খন আৰু আৰজেডিয়ে এখন আসন লাভ কৰে৷ ফলত অনায়াসে লাভ কৰে ‘মেজিক ফিগাৰ’ ৪১৷ লগে লগে পৰিষ্কাৰ হয় চৰকাৰ গঠনৰ পথ৷

ইফালে মন্ত্ৰীসভা গঠনৰ চূড়ান্ত সিদ্ধান্তৰ বাবে মঙলবাৰে ৰাঁচীত শিবু পুত্ৰ হেমন্তই আহ্বান কৰিছে বিধায়িনী দলৰ বৈঠক৷ উক্ত বৈঠকত উপস্থিত ঝাৰখণ্ডৰ তিনিবাৰৰ মুখ্য মন্ত্ৰী তথা হেমন্ত চোৰেণৰ পিতা শিবু চোৰেণ৷ জেএমএম সূত্ৰমতে, উক্ত বৈঠকতে হেমন্ত চোৰেণক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিব বিধায়কসকলে৷ তাৰ পিছতে মঙলবাৰ অথবা বুধবাৰে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ বাবে দাবী জনাব হেমন্ত চোৰেণে৷ অহা ২৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব পাৰে শপতগ্ৰহণ৷

আনহাতে, মন্ত্ৰীসভাৰ ৰূপৰেখাৰ পূৰ্বানুমান মতে, মুখ্য মন্ত্ৰীসহ ৬টা দপ্তৰ থাকিব জেএমএমৰ হাতত৷ কংগ্ৰেছৰ হাতত থাকিব পাৰে বিধানসভাৰ অধ্যক্ষসহ ৫টা দপ্তৰ৷ অৱশ্যে এটা দপ্তৰ দিব পাৰে লালুপ্ৰসাদ যাদৱৰ আৰজেডে দলক৷

Tags: Featured
Share6Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx