ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Russian president Vladimir Putin I ৮ টাতকৈ অধিক সন্তান জন্ম দিয়ক, ৰাছিয়ান মহিলাক আহ্বান পুটিনৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2023
Reading Time: 1 min read
A A
0
Russian president Vladimir Putin I ৮ টাতকৈ অধিক সন্তান জন্ম দিয়ক, ৰাছিয়ান মহিলাক আহ্বান পুটিনৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে (Vladimir Putin) দেশৰ প্ৰতিগৰাকী মহিলাক ৮টা বা তাতকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। তেওঁ ‘বৃহৎ পৰিয়াল আদৰ্শ পৰিয়াল’ নীতি ৰূপায়ণৰ আহ্বান জনায়। মঙলবাৰে মস্কোত বিশ্ব ৰাছিয়ান পিপ’লছ কাউন্সিলত ভিডিঅ’ লিংকৰ জৰিয়তে সম্বোধন কৰি পুটিনে এই মন্তব্য কৰে।

ৰাছিয়ান মহিলাক আহ্বান পুটিনৰ
৮ টাতকৈ অধিক সন্তান জন্ম দিয়ক, ৰাছিয়ান মহিলাক আহ্বান পুটিনৰ:

ৰাছিয়াৰ জন্মৰ হাৰ নব্বৈৰ দশকৰ পৰা হ্ৰাস পাই আহিছে আৰু যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দেশখনত ৩ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

এই পৰিস্থিতিত পুটিনে কয়, “আগন্তুক দশকত আমাৰ লক্ষ্য হ’ব ৰাছিয়াৰ জনসংখ্যা বৃদ্ধি কৰা। আমাৰ বহু জনগোষ্ঠীয়ে চাৰি, পাঁচ বা তাতকৈ অধিক সন্তান থকা শক্তিশালী বহু প্ৰজন্মৰ পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি ৰাখিছে। মনত ৰাখিব, আমাৰ বহু ককা-আইতাৰ সাত, আঠ বা তাতোকৈ অধিক সন্তান আছিল।” তেওঁ লগতে কয়, “আহক আমি এই চমৎকাৰ পৰম্পৰাবোৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰোঁ। বৃহৎ পৰিয়ালবোৰেই নিয়ম হৈ পৰিব লাগিব। ৰাছিয়ানসকলৰ বাবে ই এক জীৱনশৈলী।

পৰিয়ালটো কেৱল ৰাষ্ট্ৰ আৰু সমাজৰ ভেটি নহয়, ই এক আধ্যাত্মিক পৰিঘটনা, নৈতিকতাৰ উৎস।” তেওঁৰ এই বক্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হয়। ৰাছিয়াৰ অৰ্থডক্স গীৰ্জাৰ মুৰব্বী পেট্ৰিয়াৰ্ক কিৰিলে আয়োজন কৰা এই সন্মিলনত ৰাছিয়াৰ কেইবাটাও পৰম্পৰাগত সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Tags: ৮ টাতকৈ অধিক সন্তান জন্ম দিয়কৰাছিয়ান মহিলাক আহ্বান পুটিনৰ
Share4Tweet3Send

Related Posts

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT