ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Gauhati High court : বিদেশী ন্যায়াধিকৰণক ৰায় পুনৰীক্ষণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 4, 2023
Reading Time: 1 min read
A A
0
Gauhati High court : বিদেশী ন্যায়াধিকৰণক ৰায় পুনৰীক্ষণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণত (Foreigners’ Tribunals) সন্দেহযুক্ত বিদেশীৰ সকলো গোচৰৰ ৮৫ শতাংশক অৱশেষত ভাৰতীয় বুলি ঘোষণা কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High Court) এটা গোচৰৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰে এক শপতনামাত এই কথা কয়। ইয়াৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিয়ে যে বহু ক্ষেত্ৰত বিদেশী ন্যায়াধিকৰণে তথ্য, নথিপত্ৰ আৰু বিশ্লেষণ অবিহনে লোকসকলক ভাৰতীয় বা বিদেশী বুলি ঘোষণা কৰিছে। সেয়েহে চৰকাৰে গোচৰবোৰ পুনৰীক্ষণ (Review of cases) কৰা উচিত।

বৰ্তমান অসমত ১০০ খন বিদেশী ন্যায়াধিকৰণ আছে। ছেপ্টেম্বৰত চৰকাৰে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিদেশী ন্যায়াধিকৰণত ২,৪৪,১৪৪ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। চলিত বৰ্ষৰ জুলাই মাহলৈকে ১,৫৬,৬৫১ জন লোকক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰা হৈছে আৰু ৩১ আগষ্টলৈকে ৩০,০৮৯ জন বিদেশীক বিতাড়িত কৰা হৈছে। তেনে ক্ষেত্ৰত যদি বিধানসভাই এই তথ্য গণনা কৰে তেন্তে শপতনামাৰ দাবী শুদ্ধ নহয়। চৰকাৰী পৰিসংখ্যা অনুসৰি, অসমত ৯৯,৯৪২ জন সন্দেহজনক ভোটাৰ আছে।

GHC1 | ASSAM TIMES POST

ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱা আৰু মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে চৰকাৰক কিছু ৰায়ৰ নমুনা দাখিল কৰিবলৈও কয়। সেইবোৰ বিচাৰ কৰাৰ পিছত ন্যায়াধীশ দুগৰাকীয়ে কয়, “আমি এনে ধৰণৰ বহুতো ৰায় বিচাৰ কৰি দেখিছো যে কিছুমান ক্ষেত্ৰত ৰায় যুক্তিপূৰ্ণভাৱে দিয়া হৈছে। কিন্তু বহু ক্ষেত্ৰত বিদেশী ন্যায়াধিকৰণে কোনো কাৰণ নিদিয়াকৈ, তথ্য-প্ৰমাণ বিশ্লেষণ নকৰাকৈয়ে কোনো ব্যক্তিক ভাৰতীয় বা বিদেশী বুলি ঘোষণা কৰিছে।”

সেয়েহে বিচাৰপীঠে চৰকাৰক বিদেশী ন্যায়াধিকৰণৰ ৰায়সমূহৰ বিভাগীয় পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। যিবোৰ ক্ষেত্ৰত কোনো কাৰণ, প্ৰমাণ বা বিশ্লেষণ অবিহনে এজন ব্যক্তিক ভাৰতীয় বুলি ঘোষণা কৰা হৈছে তেনে ক্ষেত্ৰত আইনী ব্যৱস্থা ল’ব লাগে।

আনহাতে, ৰাজ্যৰ গৃহ বিভাগৰ সচিব পাৰ্থপ্ৰতিম মজুমদাৰে কয়, “আমি আদালতৰ ৰায় লাভ কৰিছো। সোমবাৰৰ বৈঠকৰ পিছত পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ’ব।”

Tags: GauhatiHighCourtগুৱাহাটীউচ্চন্যায়ালয়
Share4Tweet3Send

Related Posts

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx