ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Narendra Modi I বিদেশত বিয়া পতাক লৈ অসন্তুষ্ট মোডী, উত্তৰাখণ্ডলৈ যাবলৈ আহ্বান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 9, 2023
Reading Time: 1 min read
A A
0
PM Modi on Gaza situation : গাজা যুদ্ধত সাধাৰণ লোকৰ প্ৰাণহানি তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰী মোডীৰ

RELATED POSTS

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

New Logo Smal 1 | ASSAM TIMES POST

উত্তৰাখণ্ডক বিবাহ অনুষ্ঠানৰ গন্তব্যস্থান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) প্ৰস্তাৱ দিছে। শুকুৰবাৰে ডেৰাডুনত অনুষ্ঠিত উত্তৰাখণ্ড বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰে মোডীয়ে। তাত থকা বিনিয়োগকাৰীসকলক তেওঁৰ পৰামৰ্শ, অন্তত এখন ‘ডেষ্টিনেচন ৱেদিং’ ৰাজ্যখনত কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়িক নেতাসকলক এই সন্দৰ্ভত আগবাঢ়ি আহিবলৈও আহ্বান জনায়। সন্মিলনত তেওঁ কয়, “যদি এবছৰত ৫ হাজাৰ বিবাহ হয়, তেন্তে উত্তৰাখণ্ডৰ আন্তঃগাঁথনি নিজেই উন্নত হ’ব।”

অসন্তুষ্ট মোডী
বিদেশত বিয়া পতাক লৈ অসন্তুষ্ট মোডী:

তেওঁৰ মতে দেশৰ ধনী মানুহে বিবাহ অনুষ্ঠানৰ বাবে বহিঃৰাষ্ট্ৰৰ যিকোনো ঠাই বাছি লোৱা দেখা যায়। এই ক্ষেত্ৰত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বেও মোডীয়ে ‘মন কি বাত’ অনুষ্ঠানৰ সময়ত যুৱক-যুৱতীসকলক দেশৰ মাটিত বিবাহপাশত আবদ্ধ হʼবলৈ পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বহিঃৰাষ্ট্ৰত ‘ডেষ্টিনেচন ৱেদিং’ মানে দেশৰ ধন বাহিৰলৈ যোৱা। তাক ৰোধ কৰিবলৈ ভাৰতৰ ভিতৰতে এই বিবাহ অনুষ্ঠান উদযাপন কৰা হওক।

তেওঁ কয়, “ভাৰতত এইবাৰ ‘ৱেদিং ইণ্ডিয়া’ৰ ধুমুহা উঠক। আজিকালি কিছুমান পৰিয়ালৰ মাজত বাহিৰত বিয়া পাতিবলৈ যোৱাৰ নতুন প্ৰথা দেখা গৈছে। এয়া বৰ প্ৰয়োজনীয় নে? আমি যদি নিজৰ দেশতে এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰো তেন্তে দেশতো ব্যৱস্থাটোৰ উন্নতি অব্যাহত থাকিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উত্তৰাখণ্ডলৈ যাবলৈ আহ্বানবিদেশত বিয়া পতাক লৈ অসন্তুষ্ট মোডী
Share5Tweet3Send

Related Posts

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

by News Desk
October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

by News Desk
October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

by News Desk
October 3, 2026
50
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী

Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ

October 2, 2026
51
ADVERTISEMENT
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d