ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ratan Tata : ৰতন টাটাৰো চাইৰাছ মিষ্ট্ৰীৰ দৰে পৰিণতি হ’ব! ভাবুকিত সন্ত্ৰস্ত আৰক্ষী

নিউজ ডেস্কঃ

News Desk by News Desk
December 16, 2023
Reading Time: 1 min read
A A
0
Ratan Tata : ৰতন টাটাৰো চাইৰাছ মিষ্ট্ৰীৰ দৰে পৰিণতি হ’ব! ভাবুকিত সন্ত্ৰস্ত আৰক্ষী

RELATED POSTS

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস

CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

New Logo Smal 2 | ASSAM TIMES POST
এইবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিলে উদ্যোগপতি ৰতন টাটা (Ratan Tata)ই। যাৰ বাবে সন্ত্ৰস্ত হৈ পৰিছে মুম্বাই আৰক্ষী (Mumbai Police)। প্ৰবীণ উদ্যোগপতিগৰাকীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। এই ভাবুকিৰ সৈতে কাৰ সম্পৰ্ক আছে আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ সময়ত কেৱল অভিযুক্ত ব্যক্তিজনক উদ্ধাৰ হোৱাই নহয়, তদন্তকাৰীয়ে তেওঁৰ বিষয়ে কেইবাটাও আচৰিত ধৰণৰ তথ্য লাভ কৰে।

টাটা ছন্সৰ আন এজন প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰো চাইৰাছ মিস্ত্ৰীৰ দৰেই পৰিণতি হ’ব বুলি ভাবুকি লাভ কৰিছে। ২০২২ চনৰ ৪ ছেপ্টেম্বৰত গাড়ী দুৰ্ঘটনাত মিস্ত্ৰীৰ মৃত্যু হয়। দুৰ্ঘটনাৰ আঁৰত কোনো ধৰণৰ ষড়যন্ত্ৰৰ কোনো প্ৰমাণ বা তত্ত্ব এতিয়ালৈকে সন্মুখলৈ অহা নাই। কিন্তু এই ভাবুকিৰ পিছতে সতৰ্ক মুম্বাই আৰক্ষীয়ে তদন্তৰ বাবে বিশেষ দল গঠন কৰে। তদন্তত কেইবাটাও কাৰিকৰী সাহায্য লোৱা হয়।

tata | ASSAM TIMES POST
জানিব পৰা মতে, কৰ্ণাটকৰ পৰা আহিছিল এই ভাবুকি বাৰ্তা। কিন্তু ফোন কৰা ব্যক্তিজন মহাৰাষ্ট্ৰৰ পুনেৰ। পুনেৰ অভিযুক্তৰ ঘৰলৈ যোৱাৰ পিছত আৰক্ষীয়ে গম পায় যে তেওঁ চাৰি-পাঁচ দিন আগতে ঘৰৰ পৰা ওলাই আহি ‘নিৰুদ্দেশ’ হৈ আছে। স্বামীক বিচাৰি নাপাই অভিযুক্তৰ পত্নীয়ে স্থানীয় থানাত গোচৰ দাখিল কৰে।

পত্নীক সোধা-পোছা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তৰ এমবিএ ডিগ্ৰী আছে। ইয়াৰ উপৰি তেওঁ অভিযান্ত্ৰিক বিষয়তো অধ্যয়ন কৰিছিল। কিন্তু অভিযুক্তৰ পত্নীয়ে কয় যে তেওঁৰ একাধিক মানসিক সমস্যা আছে। প্ৰথম অৱস্থাত তদন্তকাৰীয়ে গম পায় যে অভিযুক্তই ফোনটোৰে একো নোকোৱাকৈয়ে ঘৰৰ পৰা ওলাই যায়। আৰক্ষীৰ মতে সেই ফোনটোৰ পৰাই অভিযুক্তই ভাবুকিমূলক বাৰ্তা প্ৰেৰণ (Sending threatening messages) কৰিছিল। মুম্বাই আৰক্ষীৰ বিশেষ শাখাই তেওঁৰ সন্ধান কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ThreateningtoRatanTataৰতনটাটাকভাবুকি
Share4Tweet3Send

Related Posts

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ
National-International

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

by Staff Reporter
November 26, 2026
50
Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস
National-International

Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস

by Staff Reporter
November 26, 2026
50
CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে
National-International

CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

by Staff Reporter
November 26, 2026
50
Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ
National-International

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

by News Desk
November 26, 2026
50
JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান
National-International

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

by News Desk
November 26, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

by News Desk
November 25, 2026
50
ADVERTISEMENT
Habbe Teron allegation I হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ শনিবাৰে হ’ব কাৰ্বি ৰজাৰ দৰবাৰত বিচাৰ
KARBI ANGLONG

Habbe Teron allegation I হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ শনিবাৰে হ’ব কাৰ্বি ৰজাৰ দৰবাৰত বিচাৰ

November 26, 2026
50
নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান
Assam

নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান

November 26, 2026
50
Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ
National-International

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

November 26, 2026
50
Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস
National-International

Delhi cold wave l দিল্লীত বতৰৰ আটাইতকৈ ঠাণ্ডা দিন, তাপমাত্ৰা ৯ ডিগ্ৰীলৈ হ্ৰাস

November 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Habbe Teron allegation I হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ শনিবাৰে হ’ব কাৰ্বি ৰজাৰ দৰবাৰত বিচাৰ

Habbe Teron allegation I হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ শনিবাৰে হ’ব কাৰ্বি ৰজাৰ দৰবাৰত বিচাৰ

November 26, 2026
নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান

নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত ইডিৰ (ED) অভিযান

November 26, 2026
Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

November 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d