ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জেডিইউ-বিজেপিৰ মিত্ৰতাৰ সমীকৰণ সলিন কৰা উচিত : প্ৰশান্ত কিশোৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 30, 2019
Reading Time: 1 min read
A A
0
জেডিইউ-বিজেপিৰ মিত্ৰতাৰ সমীকৰণ সলিন কৰা উচিত : প্ৰশান্ত কিশোৰ

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

প্ৰথমেতে সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰোধিতা৷ এইবাৰ বিহাৰত বিজেপিৰ সৈতে নীতিশ কুমাৰ চৰকাৰৰ নতুন সমীকৰণ তৈয়াৰ হোৱা উচিত বুলি পৰামশৰ্শ দিছে নিৰ্বাচন বিশেষজ্ঞ তথা কাগজে-কলমে জনতা দল (ইউ)ৰ ‘ছেকেণ্ড-ইন-কমাণ্ড’ প্ৰশান্ত কিশোৰে৷ তেওঁৰ মতে, দুই দলৰ ভিতৰত ইমান দিনে ৫০:৫০ সমীকৰণ মানি আসনৰ ভাগবতৰা কৰা হ’লেও আগন্তুক বিধানসভা নিৰ্বাচনত সিংহভাগ আসনত জেডিইউ-এ প্ৰাৰ্থী থিয় কৰোৱা উচিত৷

উল্লেখ্য যে চিএএ আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰশান্ত কিশোৰ সৰৱ হ’লেও এতিয়া পৰ্যন্ত প্ৰকাশ্যে ইয়াক লৈ কোনো মন্তব্য কৰা নাই বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে৷ তাৎপৰ্যপূৰ্ণভাৱে মিত্ৰজোঁটৰ সহযোগী দলৰ বিৰুদ্ধে মুখ খোলাৰ পিছতো প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে কোনো পদক্ষেপো গ্ৰহণ কৰা নাই তেওঁ৷

ৰাজনৈতিক বিশেষজ্ঞসকলৰ ধাৰণা, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ লগত আসন বুজাবুজিৰ চূড়ান্ত সিদ্ধান্ত নোহোৱাৰ বাবেই এতিয়াও নিস্চুপ হৈ আছে নীতিশ কুমাৰ৷ তাকে লৈ প্ৰশ্ন কৰাত প্ৰশান্ত কিশোৰে সংবাদ মাধ্যমৰ আগত কয়, “মই মাত্ৰ এইটো জানো যে আসন বিতৰণ ১:১:৪ অনুপাতত (অৰ্থাৎ বিজেপিক ৫খন আসন এৰি দিলে জেডেইউ-এ ৭খন আসন পোৱা উচিত) হোৱা উচিত৷

উল্লেখ্য যে শিৱসেনাৰ সৈতে মুখ্য মন্ত্ৰীৰ পদক লৈ মতবিৰোধৰ বাবেই চলিত বছৰৰ শেষৰ ভাগত মহাৰাষ্ট্ৰ ওলাই যায় বিজেপিৰ হাতৰ পৰা৷ সেয়েহে প্ৰশান্ত কিশোৰৰ এই মন্তব্যক লৈও নানা জল্পনা-কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক মহলত৷ অৱশ্যে প্ৰশান্ত কিশোৰৰ এই মন্তব্যত একো নাহে বা নাযায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ নেতা নীতিন নবীনে৷ তেওঁ কয়, “দুয়ো দলৰ হাইকমাণ্ডে আসনৰ বুজাবুজিক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ ইয়াকে লৈ প্ৰশান্ত কিশোৰে মূৰ ঘমাইছে কিয়, তাকহে মই বুজি পোৱা নাই৷”

Tags: Featured
Share7Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx