ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ৰ মেডিকেলৰ টাডা চেলত ৰোগীৰ হাহাকাৰঃঅৱণৰ্নীয় অৱস্থা :দুই মহৰ যুজত ৰোগীৰ বিলৈ : বিনিদ্ৰ ৰজনীৰে পাৰ কৰিছে চিকিৎসালয়ত

ASSAM TIMES POST by ASSAM TIMES POST
December 31, 2019
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ৰ মেডিকেলৰ টাডা চেলত ৰোগীৰ হাহাকাৰঃঅৱণৰ্নীয় অৱস্থা :দুই মহৰ যুজত ৰোগীৰ বিলৈ : বিনিদ্ৰ ৰজনীৰে পাৰ কৰিছে চিকিৎসালয়ত

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

ডিব্ৰুগড়: ৰাজ্যত ইখনৰ পাছত সিখনকৈ ন-ন মেডিকেল কলেজ স্থাপন কৰি স্বাস্থ্য বিভাগে এক আলোড়ন কৰাৰ চেষ্টা কৰিলও কিন্তুু কাৰ্যক্ষেত্ৰত সি এক বুমেৰাংহে হৈ পৰা পৰিলক্ষিত হোৱা বুলি অভিযোগ কৰিছে ডিব্ৰুগড়ৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উপদেষ্টা শৰৎ চন্দ্ৰ নেওগে।

WhatsApp Image 2019 12 30 at 11.32.35 PM 1 | ASSAM TIMES POST

নেওগে অভিযোগত কয় যে প্ৰধান কাৰণটোৱেই হ’ল,ইতিমধ্যে ৰাইজৰ সেৱাত থকা মেডিকেল কেইখন জৰাজীৰ্ণ অৱস্থাৰ পৰা উদ্ধাৰ নকৰি, স্বচ্ছতা প্ৰদৰ্শন নকৰাতো অন্যতম।উদাহৰণ স্বৰুপে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়খনৰ বৰ্তমানৰ জহি-খহি যোৱা অৱস্থাৰ কথাকে কব পাৰি বুলি কৈ কয় যে এইখন চিকিৎসা মহাবিদ্যালয়ৰ চকু চিকিৎসা বিভাগৰ দ্বিতীয় মহলাত থকা টাডা চেল কেইটাৰ অৱস্থা অতিশয় শোচনীয়।কেৱল ১০ জন ৰোগী থাকিব পৰাকৈ ইয়াত দুটা কোঠা আছে।

দ্বিতীয় মহলাত থকাৰ বাবে উক্ত কোঠা দুটালৈ শোচনীয় ৰোগীক ডাংকোলাকৈ অথবা সাঙিভাৰ কৰিহে নিব লগা হয়,ৰোগীৰ অভিভাৱকে।কিয়নো এই বিভাগত কোনো লিফ্ট অথবা ট্ৰলিত ৰোগীক বহাই বা শুৱাই নিয়াৰ কোনো সু-ব্যবস্থা নাই।কোঠা দুটাৰ বাবে শৌচাগাৰ আছে যদিও নিয়মিত পানীৰ ব্যৱস্থা সুচল নোহোৱাৰ বাবে ৰোগীসকলে জীয়াতু ভুগিব লগাত পৰিছে।

প্ৰতিগৰাকী ৰোগীক এখনেই মাথোন সৰু কম্বল দিয়া হয় যদিও,তাকে লৈ ভগা খিৰিকি-দোৱাৰেদি সোমোৱা প্ৰচণ্ড শীতৰ বতাহতে ৰোগীয়ে কেকাই গেঠাই থাাকিব লগাত পৰে।কাৰণ ভঙা খিৰিকিত লোৰ ৰেলিঙহে আছে যদিও খিৰিকিসমূহত এখনো গ্লাছ নাই।ডাঙৰ কথা এই যে,দুয়োটা কোঠাতে ৰোগীৰ মুখত দিবলৈ এটুপা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও নাই।

ৰোগীৰ বিচনা কেইখনত মন্ধাতা যুগৰ ফটা চিটা টুচকৰ লগতে কোঠাটোৰ এফালৰ বেৰখন টিনপাতৰে আবৃত্ত।নেওগে অভিযোগ কৰি পুনৰাই কয় যে উক্ত কোঠাত থকা এজন “কা”বিৰোধী বন্দীৰোগী উত্তম চেতিয়াক দেখা কৰিবলৈ যোৱাৰ সময়ত এই সমগ্ৰ দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰা হয়।

পাছত প্ৰত্যক্ষ কৰি পোৱা এই বৰ্ণনা জিলা আইন সেৱা প্ৰাধিকৰণৰ আগত ব্যক্ত কৰাত দণ্ডাধীশ নয়ন শঙ্কৰ বৰুৱাৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ হৈ জ্যোতিষ মেধি আৰু অধিবক্তা প্ৰাঞ্জল কোঁৱৰৰ নেতৃত্বত এটা অনুসন্ধানকাৰী দল টাডা চেল দুটা প্ৰত্যক্ষ কৰে আৰু লগে লগে মেডিকেল কলেজখনৰ অধীক্ষক গৰাকীক অবগত কৰে।অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে এই চেল দুটা নিবিদাৰ যোগে এজন ঠিকাদাৰৰ ওপৰত দায়ীত্ব ন্যস্ত কৰা আছে যদিও সংশ্লিষ্ট ঠিকাদাৰ জনেহে অদ্যপি কামত ধৰা নাই।

অন্যহাতেদি ঠিকাদাৰৰ বক্তব্য এই যে, টকা নাপালে তেওঁ কাম কেনেকৈ কৰিব।কাৰণ এইজন ঠিকাদাৰেই পুৰ্বৰ কামৰ বিনিময়ত এই মেডিকেল কলেজ কৰ্তৃপক্ষৰ পৰাই পাবলৈ বাকী আছে প্ৰায় ৩৮ লাখতকৈ অধিক টকা।এতিয়া দুই মহৰ যুঁজত ৰোগীৰ মৰণ সদৃশ হৈছেগৈ।সকলোৱে বোকা ছটিওৱাৰ ৰাজনীতি কৰিছে আৰু টাডা চেলৰ ৰোগীয়ে বিনিদ্ৰ ৰজনী কটাব লগাত পৰিছে।”কা”বিৰোধী মঞ্চৰ হৈ মুখ্য উপদেষ্টা শৰৎ চন্দ্ৰ নেওগে টাডা চেলত এনেকৈ অবৰ্ণনীয় অৱস্থাৰ মাজত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰে মানব অধিকাৰ উলঙ্ঘন কৰা বুলি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ উত্থাপন কৰিছে।শান্তিপুৰ্ণ আৰু গণতান্ত্ৰিক ভাৱে “কা”ৰ বিৰোদ্ধে আন্দোলন কৰি বন্দী হৈ থকা সকলো বন্দীৰ মুক্তিৰ দাবী নেওগে উত্থাপন কৰিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx