ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Unidentified Dead Body Recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ খটখটী আৰক্ষীৰ

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
February 10, 2024
Reading Time: 1 min read
A A
0
Unidentified Dead Body Recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ খটখটী আৰক্ষীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

শনিবাৰে পুৱা ৮ বাজি ৩০ মিনিটিত খটখটী থানা (Khatkhati Police Station)ৰ অন্তৰ্গত লাহৰিজানত উদ্ধাৰ হয় এটা অচিনাক্ত ম়তদেহ (An unidentified dead body recovered in Lahrijan)৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লাহৰিজান ৰবি ওৱাইন শ্বপৰ সন্মূখৰ গাহৰি মাংসৰ দোকানত এটা অচিনাক্ত পুৰুষ লোকৰ মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰি খটখটী আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

Lahori1 | ASSAM TIMES POST

মৃতদেহটো ৪০-৫০ বছৰীয়া এজন পুৰুষ লোকৰ বুলি জানিব পৰা গৈছে৷ মৃতদেহটো আৰক্ষীয়ে কাৰ্যাবাহী দণ্ডাধীশৰ হতোৱাই চুৰৎহাল কৰাৰ পিছত ডিএমচিএইছত মৰণোত্তৰ পৰীক্ষা কৰি চিনাক্ত নোহোৱালৈকে মৰ্গত সংৰক্ষণ কৰি ৰখা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷

Tags: UnidentifiedDeadBodyRecoveredলাহৰিজানতঅচিনাক্তমৃতদেহউদ্ধাৰ
Share4Tweet3Send

Related Posts

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT