ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ: ৩ কৰায়ত্ব

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 25, 2024
Reading Time: 1 min read
A A
0
ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ: ৩ কৰায়ত্ব

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিৱেশৰ অৱসান ঘটাই স্থায়ী শান্তিৰ পৰিৱেশ সৃষ্টি কৰা বুলি বিভিন্ন সময়ত চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈ আহিছে যদিও জিলাখনত বিগত সময়ছোৱাত বিভিন্ন সময়ত সশস্ত্ৰ তৎপৰতা অব্যাহত থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে বিগত সময়ছোৱাত একাধিক বাৰ এনে চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অহাৰ সময়তে জিলাখনত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ গোপন অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ: ৩ কৰায়ত্ব
ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ: ৩ কৰায়ত্ব

প্ৰাপ্ত তথ্য অনুসৰি, কালি বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) নয়নমণি বৰ্মন, ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ সহযোগত মাইবঙৰ মহকুমা আৰক্ষী বিষয়া, বিৰলাস্থিত চি আৰ পি এফৰ সৈতে আৰক্ষী আৰু চি আৰ পি এফৰ এক যুটীয়া বাহিনীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত তিনি যুৱকক আটক কৰে।

ধৃত যুৱককেইজন ক্ৰমে বৰলাংফেৰ থানাৰ অন্তৰ্গত এক নং ডিলাংগীৰ বাসিন্দা তথা বৰ্তমান নাগালেণ্ডৰ ধনশিৰি পাৰ নিবাসী নিজেশ লাংথাছা (30), ধনশিৰি ডিমাইদিৰ মাণিক হাফলংবাৰ আৰু ধনশিৰি আদৰ্শৰ কুমুদ ওৰফে ৰথাই ফংলো বুলি চিনাক্ত কৰা হৈছে। ধৃত তিনি যুৱকে আৰক্ষীৰ জেৰাত ধৃত নিজেশ লাংথাছাৰ ডিফু থানাৰ অন্তৰ্গত নাইলালং এক নং ডিলাংগীৰ ঘৰৰ চৌহদৰ বাহৰ জোপোহাত পলিথিনৰে মেৰিয়াই এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে।

উক্ত স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নিজেশ লাংথাছাৰ ঘৰৰ চৌহদত অভিযান চলাই মেগজিনসহ এটা এ কে ছিৰিজৰ ৰাইফল, মেগজিনসহ তিনিটা পইন্ট 32 পিষ্টল, তিনিটা সজীৱ হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে। ইয়াৰ লগতে আৰক্ষীয়ে দুটা মোবাইল ফোনো জব্দ কৰিছে। আনহাতে, ধনশিৰি উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এটা হাতেসজা বন্দুক উদ্ধাৰ কৰে। এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ কি উদ্দেশ্যে এনেদৰে লুকুৱাই ৰখা হৈছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত ডিফু থানাত 10/24 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AK Series RifleArmed ActivitiesArms Cache DiscoveryArms Seizure NewsArms SmugglingassamCommunity Peace InitiativesConfessionCounter-TerrorismCRPF CollaborationDiphu Police Station Case RegistrationGovernment AnnouncementsHomemade Gun RecoveryIllegal Arms StorageInvestigationJ.S. KhobungKarbi Anglong DistrictKarbi Anglong District NewsKarbi Anglong Violence PreventionKumud alias Rathai PhongloLaw EnforcementLive Hand Grenades RecoveryMaibong Subdivision PoliceManik HaflongbarMilitancyMobile Phones SeizureNayanmani BarmanNijesh LangthasaNortheast India SecurityPeace RestorationPeace Talks Karbi AnglongPoint 32 PistolPolice OperationsPolice VigilancePublic SafetySecurity Operations Northeast IndiaUnrest in Karbi AnglongViolence EndYouth Arrest
Share9Tweet6Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d