ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

নিউজ ডেস্কঃ

News Desk by News Desk
October 15, 2026
Reading Time: 1 min read
A A
0
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

RELATED POSTS

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

New Logo Smal | ASSAM TIMES POST

বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ (KAAC) ২৫৫ সংখ্যক অধিৱেশন (Session) অনুষ্ঠিত হয়। ছেছন হলত পৰিষদৰ অধ্যক্ষ ৰাজু টিচ’ৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশন পুৱাৰ ১০ বজাৰ পৰা আৰম্ভ হয়। অধিৱেশনত মুখ্য কাৰ্য্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে সদনত কেগৰ প্ৰতিবেদন দাখিল কৰি ‘ৰাজহুৱা হিচাপ সমিতি’ৰ অধ্যক্ষ পবিত্ৰ ৰংপিক দায়িত্ব অৰ্পণ কৰে। তেওঁ কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ কৰ্মচাৰী সেৱা বিধি আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ২০০ কোটিৰ পৰিপুৰক বাজেট দাখিল কৰে।

বিত্তীয় বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২৬টা পৰিষদীয় সমষ্টিত স্থানীয় ৰাইজৰ সৈতে অন্তৰংগ আলাপৰ সময়ত লাভ কৰা অভাৱ-অভিযোগসমূহ পূৰণৰ বাবে পৰিপূৰক বাজেট সদনত উথাপন কৰে।

ka 2 | ASSAM TIMES POST
কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

উল্লেখ্য যে ১৯৫২ চনৰ ২৩ জুনত গঠিত কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ চাকৰি সেৱা বিধি নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পৰিষদৰ ‘চাকৰি সেৱা বিধি’ সদনত দাখিল কৰে।

আনহাতে, ৰাজ্যপালৰ পৰা অনুমোদন লাভ কৰাৰ পিছত পৰিষদৰ অধীনস্থ সকলো কৰ্মচাৰীৰ বাবে চাকৰি সেৱা বিধি প্ৰযোজ্য হ’ব। এই বিধি কাৰ্যকৰী হ’লে ১ লাখ টকা দৰমহা পোৱা পৰিষদৰ সদস্যসকলে মাহিলি ৫০ হাজাৰ টকা পেঞ্চন লাভ কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KAACSession
Share4Tweet3Send

Related Posts

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
60
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
ADVERTISEMENT
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
50
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
50
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
National-International

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

October 15, 2026
50
Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক
National-International

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

October 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d