ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Case against CAA I ‘কা’ৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেৰালা চৰকাৰ, মঙলবাৰে সকলো গোচৰৰ শুনানিৰ সম্ভাৱনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 18, 2024
Reading Time: 1 min read
A A
0
CAA : নাগৰিকত্ব সংশোধনী আইন? এই বিষয়ে কিয় ইমান বিতৰ্ক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ (CAA) ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হয় কেৰালা চৰকাৰ। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰিছিল যে কেৰালাত কা’ কাৰ্যকৰী নহ’ব। এয়াই তেওঁলোকৰ চৰকাৰৰ স্থিতি।

Case against CAA
‘কা’ৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেৰালা চৰকাৰ:

আনহাতে, উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে কেইবাখনো আবেদন দাখিল কৰা হৈছে। ১৯ মাৰ্চ মঙলবাৰে এই সকলোবোৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে বিগত ১১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে ‘কা’ জাৰি কৰে। ইয়াৰ ফলস্বৰূপে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টানসকলক এই দেশৰ নাগৰিকত্ব দিয়া হ’ব।

আনহাতে, ১৪ মাৰ্চত কেৰালা চৰকাৰে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি ঘোষণা কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ কাৰ্যালয়ে এক বিবৃতিও প্ৰকাশ কৰে। সংবিধানৰ ১৩১ নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

Tags: 'কা'ৰ বৈধতাক প্ৰত্যাহ্বানজনাই উচ্চতম ন্যায়ালয়ত কেৰালা চৰকাৰমঙলবাৰে সকলো গোচৰৰ শুনানিৰ সম্ভাৱনা
Share4Tweet3Send

Related Posts

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

by News Desk
July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

by Staff Reporter
July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
ADVERTISEMENT
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
50
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT