ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদসাপন

ASSAM TIMES POST by ASSAM TIMES POST
January 5, 2020
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

উৎপল দাস, গোলাঘাটঃ গোলাঘাট জিলাৰ মাতৃভাষা মাধ্যমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ দেওবাৰে একবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ সঞ্চালকমণ্ডলীৰ সভাপতি ডাঃ অজিত বৰুৱাই। পতাকা উত্তোলন আৰু বিদ্যালয় গীত পৰিৱেশন কৰা পিছতে এখনি সভা অনুষ্ঠিত কৰা হয়।

ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ শৈক্ষিক ন্যাস তথা বিদ্যায়তনিক সমিতিৰ সদস্য অনিল শৰ্মা, চফিয়া হুছেইন, অমিয়া তামুলী, প্ৰধান শিক্ষয়িত্ৰী স্মৃতি ৰেখা বৰা, বিশিষ্ট সাংবাদিক দ্বীপেন দত্তকে প্ৰমুখ্য কৰি কেইবাজনো গণ্য মান্য ব্যক্তি।

সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সহকাৰী প্ৰধান শিক্ষয়িত্ৰী বনশ্ৰী কাকতিয়ে। উক্ত সভাতে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক বঁটা আৰু জলপানি প্ৰদান কৰা হয়। লগতে বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক শ্ৰেণী আলোচনীকেইখন উন্মোচন কৰা হয়।

সভাৰ অন্তত গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাথমিক আৰু উচ্চ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। উল্লেখ্য যে অসমীয়া, বড়ো, তিৱা, বাংলা, হিন্দী আৰু চাহ জনগোষ্ঠীয় ভাষাত পৰিবেশন কৰা অসমৰ জাতীয় সংগীতটি সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল৷

Tags: Featured
Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
50
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
National-International

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

July 21, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

July 21, 2026
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx