ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu BJP candidate Amarsing Tisso : দেওপানী, নিলিপ, দুৱাৰ বাগৰিত মাৰাথন নির্বাচনী প্রচাৰত তুলিৰাম ৰংহাঙৰ দাবী বৃহৎ ব্যৱধানত বিজেপি প্রার্থী জয়ী হোৱাৰ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 17, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

লোকসভা নির্বাচন (Lok Sabha Election)ৰ ভোট গ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে শাসকীয় বিজেপি দলে। পৰিষদৰ ২৬টা সমষ্টিত প্ৰচাৰ চলাই থকা কার্বি আংলং (Karbi Anglong) স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Dr. Tuliram Ronghang) আজি পৰিষদীয় দেওপানী, নিলিপ আৰু দুৱাৰ বাগৰি সমষ্টিত (Deopani, Nilip and Door Bagri constituency) একোখনকৈ নির্বাচনী সভাত অংশগ্রহণ (Participation in election meetings) কৰে।

Diphup | ASSAM TIMES POST

ৰংহাঙক সংগ দিয়ে সাংসদ হৰেণছিং বে’, বিজেপি দলৰ প্রার্থী অমৰছিং তিছ’ (BJP candidate Amarsing Tisso), বহু কেইগৰাকী কার্যবাহী সদস্য আৰু পূব কার্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙে। দেওপানী পৰিষদীয় সমষ্টিৰ শান্তিপুৰ বৰপথাৰত প্ৰথমখন নির্বাচনী সভাত অংশগ্রহণ কৰি ভাষণ প্রদান কৰি ৰংহাঙে দাবী কৰে যে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিভিন্ন সমষ্টিত এতিয়া আন ৰাজনৈতিক দল ত্যাগ কৰি ভাৰতীয় জনতা পার্টিত যোগদান কৰিছে দলে দলে লোকে। এটা সমষ্টিত এহেজাৰ এটাত ১৬শ, এটা দুহেজাৰ এনেদবে বিভিন্ন ৰাজনৈতিক দলৰ কর্মীয়ে দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে।

DiphuP2 1 | ASSAM TIMES POST

গতিকে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া ভোট গ্রহণত কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ৰাইজে সিদ্ধান্ত লৈছে যে ৩ লাখৰ পৰা ৪ লাখ ভোটৰ ব্যবধানত বিজেপি প্রার্থীক বিজয়ী কৰাব বুলি ৰংহাঙে দাবী কৰে। আন দুখন নির্বাচনী সভাতো ৰংহাঙে বিজেপি দলে বিগত ১০টা বছৰত তিনিখন পার্বত্য জিলাৰ বাবে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ ভিত্তিত এইবাৰ জনসাধাৰণে বিজেপি দলক ভোটদান কৰিব বুলি দাবী কৰে।

Tags: DiphuBJPcandidateAmarsingTissoডিফুবিজেপিপ্রার্থী
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx