ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

ডিফু- লামডিং পথত লোমহৰ্ষক হত্যাকাণ্ড! ২৩ বছৰীয়া যুৱতীক গুলীয়াই হত্যা 

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 11, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

কালি নিশা ১ বজাত ডিফু থানাৰ অধীনৰ ডিফু -লামডিং পথৰ আৰ্তংলাংচত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ নিশা ১ মান বজাত এগৰাকী ২৩ বছৰীয়া যুৱতীক বাসগৃহত প্ৰৱেশ কৰি অজ্ঞাত আততায়ীয়ে মূৰত গুলীয়াই হত্যা কৰে ৷ নিহত শুকুৰী তিচ’পী নামৰ যুৱতী গৰাকীৰ পিতৃয়ে জানিবলৈ দিয়ামতে তেওঁৰ তিনি গৰাকী জীয়ৰীয়ে ইয়াত থাকি পঢ়া-শুনা কৰি আছিল ৷

ডিফু- লামডিং পথত লোমহৰ্ষক হত্যাকাণ্ড!
ডিফু- লামডিং পথত লোমহৰ্ষক হত্যাকাণ্ড! ২৩ বছৰীয়া যুৱতীক গুলীয়াই হত্যা 

ডেৰমাহ পূৰ্বে তেওঁলোকে ডকমকাৰ পৰা আহুি এই নতুন ঘৰটোত থাকিবলৈ লৈছিল ৷ নিশা ১ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দি ১ বাজি ১৫ মিনিটত তেওঁ এই সম্পৰ্কত অৱগত হয় বুলি কয় ৷ এই ঘটনাত দুজন যুৱক জড়িত বুলি প্ৰকাশ কৰি তেওঁ কয়যে, কিছুদিন পূৰ্বে দুজন যুৱকে ঘৰটোলৈ আহি পথৰ সম্ভেদ লৈছিল ৷ আনহাতে কালি দুপৰীয়া যুৱক দুজন পুণৰ আহি পানী খাই গৈছিল বুলি পিতৃয়ে প্ৰকাশ কৰি ইয়াৰে এজন যুৱক সৰু ল’ৰা বুলি প্ৰকাশ কৰে

আনহাতে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) জয়ন্ত কুমাৰ বৰুৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, ঘটনা সম্পৰ্কে নিশাই অৱগত হয় আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিফু- লামডিং পথত লোমহৰ্ষক হত্যাকাণ্ড২৩ বছৰীয়া যুৱতীক গুলীয়াই হত্যা
Share14Tweet9Send

Related Posts

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
56
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

by ASSAM TIMES POST
September 3, 2026
55
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
97
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
56
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
52
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
60
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d