ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Sonakshi Sinha marriage controversy : পিতৃৰ নাম শত্ৰুঘ্ন, ঘৰৰ নাম ৰামায়ণ, প্ৰেমিকৰ নাম জাহিৰ ইকবাল, সোণাক্ষীৰ বিয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ

News Desk by News Desk
June 13, 2024
Reading Time: 1 min read
A A
0
Sonakshi Sinha marriage controversy : পিতৃৰ নাম শত্ৰুঘ্ন, ঘৰৰ নাম ৰামায়ণ, প্ৰেমিকৰ নাম জাহিৰ ইকবাল, সোণাক্ষীৰ বিয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

আচানছোল তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ কন্যা অভিনেত্ৰী সোণাক্ষী সিনহাই (Actress Sonakshi Sinha) ২৩ জুনত মুম্বাইত (Mumbai on June 23) প্ৰেমিক তথা অভিনেতা জাহিৰ ইকবালৰ (Actor Zaheer Iqbal) সৈতে বিবাহপাশত আবদ্ধ (married) হ’ব। ছ’চিয়েল মিডিয়াত এই কথা ইতিমধ্যে তীব্ৰ চৰ্চিত হৈছে। ইতিমধ্যে সোণাক্ষী চিনহাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

ভিডিঅ’টোত সেউজীয়া চেলোৱাৰ কামিজ পিন্ধা সোণাক্ষীয়ে হিন্দু প্ৰথা অনুসৰি ‘নমস্কাৰ’ৰ পৰিৱৰ্তে ইছলামিক প্ৰথা অনুসৰি ‘আদাব’ কৰা দেখা গৈছে। এই ভিডিঅ’টো ৰাজনৈতিক বিশ্লেষক ডঃ ৰিজৱান আহমেদে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। তাত তেওঁ লিখিছে, “এইগৰাকী শত্ৰুঘ্ন সিনহাৰ কন্যা সোণাক্ষী সিনহা। শত্ৰুঘ্ন সিনহাৰ চাৰি ভাতৃ- ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্ন। সোণাক্ষীৰ ঘৰৰ নাম ৰামায়ণ। সোণাক্ষীৰ ভাতৃ লৱ আৰু কুশ। সোণাক্ষীৰ প্ৰেমিকৰ নাম জাহিৰ ইকবাল। এতিয়া সোণাক্ষীয়ে নমস্তেৰ সলনি আদাব বুলি কৈছে।”

sona 1 | ASSAM TIMES POST

এই পোষ্টটোত এতিয়া বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া দি আছে। এজনে লিখিছে, “এতিয়া সোণাক্ষী সিনহাৰ নাম সলনি হ’ব। কাৰণ ২২ জুনত বিয়া নহয় নিকাহ হ’ব৷ আৰু বিবাহৰ প্ৰথম চৰ্ত হ’ল ধৰ্মান্তৰকৰণ। কলিমা পঢ়াই সোণাক্ষীক ছালমা বনোৱা হ’ব। মুকলি প্ৰত্যাহ্বান, মোক ভুল প্ৰমাণ কৰি দেখাওক। জাহিৰ ইকবালক সোধক, সোণাক্ষীক নিকাহ কৰিব নে অগ্নিৰ চাৰিওফালে সাতপাক ঘূৰিব?

উল্লেখ্য, প্ৰেমিক জাহিৰ ইকবাল সোণাক্ষীতকৈ ২ বছৰ সৰু। সোণাক্ষীৰ বয়স ৩৭ বছৰ আৰু জাহিৰৰ বয়স ৩৫ বছৰ। সোণাক্ষী আৰু জাহিৰৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ সম্পৰ্কৰ সূচনা ঘটাইছিল বলীউডৰ আন এজন অভিনেতা ছলমান খানে। সোণাক্ষী আৰু জাহিৰৰ পৰিয়ালে এই বিবাহৰ বাবে সন্মতি দিছে। মুম্বাইৰ বাষ্টিয়ানত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান। বিয়াৰ দিনা দুয়োটা পৰিয়ালৰ সদস্য উপস্থিত থাকি আশীৰ্বাদ দিব। অৱশ্যে তেওঁলোকৰ বিবাহ হিন্দু নে মুছলমান শৈলীত হ’ব সেয়া জানিব পৰা হোৱা নাই।

Tags: SonakshiSinhamarriageসোণাক্ষীৰবিয়া
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

May 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx