ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

China Rocket Boy I ১১ বছৰ বয়সতে ৰকেট নিৰ্মাণ, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন; কোন এইগৰাকী আশ্চৰ্যকৰ বালক?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 29, 2024
Reading Time: 1 min read
A A
0
China Rocket Boy I ১১ বছৰ বয়সতে ৰকেট নিৰ্মাণ, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন; কোন এইগৰাকী আশ্চৰ্যকৰ বালক?

Oplus_0

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

সৰুকালতে ৰকেট উৎক্ষেপণ কেন্দ্ৰ ঘূৰি চাৰি বছৰ বয়সতে ৰকেট আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰেমত। সেই ল’ৰাজনৰ বয়স এতিয়া মাত্ৰ ১১ বছৰ। কিন্তু এই কম বয়সতে তেওঁ নিজেই প্ৰগ্ৰেমিং, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান শিকিছে আৰু ৬০০ শাৰীৰ ক’ড তৈয়াৰ কৰি এটা ৰকেট নিৰ্মাণ কৰিছে।

China Rocket Boy I
১১ বছৰ বয়সতে ৰকেট নিৰ্মাণ:

কিশোৰজন হৈছে চীনৰ ইয়ান হেনচেন। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৰ মতে, কিশোৰজন পঞ্চম শ্ৰেণীৰ ছাত্ৰ। ইতিমধ্যে তেওঁৰ নাম ‘ৰকেট বয়’ (Rocket Boy) হিচাপে পৰিচিত হৈছে। 

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তেওঁ ইতিমধ্যে চীনৰ এটা ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ কৰ্মযাত্ৰাৰ বিষয়ে বিতংভাৱে তথ্য দাঙি ধৰিছে। বিতং তথ্য অনুসৰি, ৪ বছৰ বয়সত ৰকেটৰ প্ৰতি প্ৰেম গঢ় লৈ উঠাৰ পিছত কিণ্ডাৰগাৰ্টেনত অনলাইন প্ৰগ্ৰেমিং পাঠ্যক্ৰম আৰম্ভ কৰি পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জ্যোতিৰ্বিজ্ঞানৰ এটা এটাকৈ জ্ঞান আহৰণ কৰে। মাক-দেউতাকেও পুত্ৰক উৎসাহিত কৰি নিজৰ ঘৰখন ৰকেট গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। 

২০২২ চনত ইয়ানে প্ৰথমটো ৰকেট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ২০২৩ চনত ৰকেটৰ কাম সম্পূৰ্ণ হৈ উৎক্ষেপণ কৰা হয়। কিন্তু বিমানখনৰ পিছত ধাৰাবাহিক সমস্যাৰ সন্মুখীন হোৱাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হয়। কিন্তু তেওঁ ৰৈ নাথাকিল, আকৌ এবাৰ ৰকেট বনাবলৈ চেষ্টা কৰিলে। দ্বিতীয়টো মডেল প্ৰস্তুত কৰা হৈছে। 

ৰকেট নিৰ্মাণৰ উপৰি ‘ৱাণ্ডাৰ-বয়ে’ উৰণ নিয়ন্ত্ৰণ ব্যৱস্থাত প্ৰায় ৬০০ শাৰীৰ ক’ড প্ৰস্তুত কৰিছে। 
এই আচৰিত ল’ৰাটোৰ ভৱিষ্যতৰ পৰিকল্পনা কি? তেওঁ চীনৰ সাতটা অভিজাত অসামৰিক প্ৰতিষ্ঠানৰ ভিতৰত এটাত নামভৰ্তি কৰিব বিচাৰিছে। য়ানৰ উচ্চাকাংক্ষা হৈছে ডাঙৰ হ’লে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত চীনৰ বাবে প্ৰকৃত ৰকেট নিৰ্মাণ কৰা।

Tags: কোন এইগৰাকী আশ্চৰ্যকৰ বালক?পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন;১১ বছৰ বয়সতে ৰকেট নিৰ্মাণ
Share4Tweet3Send

Related Posts

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

by Staff Reporter
April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

by Staff Reporter
April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

by Staff Reporter
April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

by Staff Reporter
April 27, 2026
50
‎বিৰিয়ানীৰ পিছত তৰমুজ খাই এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু
National-International

‎বিৰিয়ানীৰ পিছত তৰমুজ খাই এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু

by Staff Reporter
April 27, 2026
50
‎বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিনেশ ত্ৰিবেদী ‎
National-International

‎বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিনেশ ত্ৰিবেদী ‎

by Staff Reporter
April 27, 2026
50
ADVERTISEMENT
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx