ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত কংগ্ৰেছৰ কৰ্মী সভাত ২ শতাধিক বিজেপি কৰ্মী কংগ্ৰেছত যোগদান

ASSAM TIMES POST by ASSAM TIMES POST
January 12, 2020
Reading Time: 1 min read
A A
0
ডিফুত কংগ্ৰেছৰ কৰ্মী সভাত ২ শতাধিক বিজেপি কৰ্মী কংগ্ৰেছত যোগদান

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

কংগ্ৰেছ ক্ষমতাত আহিলে ‘কা’ক ব্ৰক্ষ্মপুত্ৰলৈ নিক্ষেপ কৰা হ’ব—–হৰিপল ৰাৱট

ডিফু : “২০২১ত কংগ্ৰেছ ক্ষমতালৈ আহিলে জাতিধ্বংসী ‘কা’ক ব্ৰক্ষ্মপুত্ৰলৈ নিক্ষেপ কৰা হ’ব “৷ আজি ডিফুত অনুষ্ঠিত কংগ্ৰেছৰ এক কৰ্মী সভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সচিব তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী হৰিপল ৰাৱটে ৷

নাগৰিকত্ব সংশোধনী আইন ষষ্ঠ অনুসূচীভূক্ত এলেকাত প্ৰভাব নপৰে বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতো পাহাৰীয়া জিলা কাৰবি আংলঙত এই আইনকলৈ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ ‘কা’ৰ ৰূপায়ণৰ বাবে বিগত সময়ছোৱাত বিজেপি শাসিত চৰকাৰখন বদ্ধপৰিকৰ হৈ থকাৰ ফলশ্ৰুতিত পাহাৰীয়া জিলাৰ সাংগঠনিক ক্ষেত্ৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ লোৱা পৰিলক্ষিত হৈছে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/01/WhatsApp-Video-2020-01-12-at-6.27.05-PM1.mp4

উল্লেখযোগ্য যে পাহাৰীয়া ৰাজনীতিত যোৱা কেইটা নিৰ্বাচনত সম্পূৰ্ণৰূপে কংগ্ৰেছ মুক্ত কৰাৰ পিছতো ‘ কা’ বিৰোধী প্ৰতিক্ৰিয়াৰ মাজতে পুণৰ জিলাবাসীৰ মাজত কংগ্ৰেছ দলটো মূৰ দাঙি উঠিবলৈ লোৱা দেখা গৈছে ৷ জিলাখনৰ ৰাজনীতিত এনে পৰিস্থিতি অব্যাহত থকাৰ সময়তে আজি জিলাখনৰ চহৰ ডিফুত শাসকীয় বিজেপি দল আৰু আৰএছএছৰ মঞ্চ ত্যাগ কৰি ২১৬ গৰাকী দলীয় কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰা বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

উল্লেখযোগ্য যে আজি কাৰবি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক কৰ্মী সভাত এই সকল লোক আনুষ্ঠানিক কংগ্ৰেছত যোগদান কৰে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সচিব. তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিপল ৰাৱট ৷

WhatsApp Image 2020 01 12 at 6.27.10 PM1 | ASSAM TIMES POST

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ উঠা নেতা গৰাকীয়ে ‘কা’ বিৰোধী আন্দোলনত অসমক নেতৃত্ব দিয়া বুলি মন্তব্য কৰে ৷ ২০২১ চনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জাতিধ্বংসী ‘কা’ ব্ৰক্ষ্মপুত্ৰত নিক্ষেপ কৰা হব বুলি কোৱাৰ লগতে কংগ্ৰেছ নেতা গৰাকীয়ে কেন্দ্ৰত কংগ্ৰেছ দল আহিলেই এই আইনখন বাতিল কৰা হব বুলি মন্তব্য কৰে ৷ ২০২১ চনত বিজেপিক কিদৰে পৰাভূত কৰি কংগ্ৰেছ পুণৰ ক্ষমতালৈ আহিব সেইলৈও কংগ্ৰেছে ৰণকৌশল প্ৰস্তুত কৰা বুলি নেতাগৰাকীয়ে উল্লেখ কৰে ৷

প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাই ভাষণ প্ৰদান কৰি কয়যে, চৰকাৰে ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিটযুক্ত এলেকাক ‘কা’ৰ প্ৰভাৱৰ পৰা মুক্ত বুলি দাবী কৰিলেও কাৰ্যতঃ এয়া কোনো কাৰণতে সম্ভৱ নহয় বুলি মন্তব্য কৰে লগতে কেন্দ্ৰত বিজেপিক পৰাভূত কৰিব পৰা কংগ্ৰেছেই একমাত্ৰ শক্তি বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷ আনহাতে বিয়লি এক সংবাদমেলৰ আয়োজন কৰি জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে,মংৱে’ ৰংপি আৰু সুৰেণ ছিংনাৰে ‘কা’ৰ বিৰুদ্ধে কাৰবি আংলং জিলা কংগ্ৰেছে সংগ্ৰাম অব্যাহত ৰাখিব বুলি ঘোষণা কৰে ৷

চৰকাৰে পাহাৰীয়া জিলা তথা ষষ্ঠ অনুসূচীত এলেকাত ‘কা’ৰ প্ৰযোজ্য নহয় বুলি চৰকাৰে কৈছে যদিও কি প্ৰক্ৰিয়া গ্ৰহণ কৰিছে তাক স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰবি আংলঙত ‘কা’ প্ৰযোজ্য নহয় বুলি মন্তব্য কৰাৰ বিপৰীতে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম কাৰবি আংলঙত বাংলাদেশী সংস্থাপিত কৰাৰ কথা কয় বুলি উল্লেখ কৰি কংগ্ৰেছ নেতৃ বৰ্গই কয় যে বিজেপি দলৰ নেতৃবৰ্গৰ এনে স্ববিৰোধী স্থিতিয়ে বিষয়টোক অধিক বিতৰ্কলৈ ঠেলি দিয়া বুলি মন্তব্য কৰে লগতে বিজেপি দলে ‘কা’ৰ সমৰ্থনত ঘৰে ঘৰে সম্পৰ্ক অভিযান চলাইছে , সেয়ে বিজেপিৰ ফান্দত নপৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে নেতৃবৰ্গই ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
ADVERTISEMENT
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট
National-International

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

April 30, 2026
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx