ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

Staff Reporter by Staff Reporter
July 30, 2026
Reading Time: 1 min read
A A
0
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

স্বাধীনোত্তৰ অসমৰ আটইতকৈ প্ৰলয়ংকৰী বানে ঐতিহাসিক শিৱসাগৰ নগৰৰ লগতে প্ৰায় সমগ্ৰ নগৰখন তচনচ কৰি গ’ল ৷ পাৰ হৈ যোৱা প্ৰলয়ে পুৰণি শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ পৰিয়ালক একপ্ৰকাৰ সৰ্বশ্ৰান্ত কৰি গ’ল ৷

Sivsagar flood
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ:

শিৱসাগৰ জিলাৰ বিপদগ্ৰস্ত জনতাৰ লগত থিয় হৈছে সমগ্ৰ ৰাজ্যৰ জনতা;স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তা; শিল্পী; সাহিত্যিক আৰু মানৱদৰদী ৰাইজ ৷

শিৱসাগৰত এইকেইদিন বিপদগ্ৰস্ত জনতাক সহায় কৰাত ৰাইজৰ ওচৰত চৰকাৰ অস্তিত্বহীন পৰাৰ দৰে হৈছে ৷

IMG 20260730 WA0008 | ASSAM TIMES POST

ৰাইজক বিপদৰ সময়ত সহায় কৰাৰ বাবে কাৰবি আংলং জিলাৰ ডিফু; বোকাজান; বকলীয়া; হাওৰাঘাট; বালিপথাৰ; মানজা আদিৰ মানৱদৰদী ৰাইজ থিয় হৈছে ৷

ডিফুৰ চুকাফা ভৱন আৰু ধৰমনলা নামঘৰত টাই সাংস্কৃতিক সমাজ আৰু নামঘৰৰ মহিলা সমাজৰ আহৱানত ডিফু; মানজাৰ সকলো শ্ৰেণীৰ জনতাই সাহাৰ্য্য সামগ্ৰী আগবঢ়ায় ৷ একেদৰে শুকানজান মহিলা সমিতিয়েও ডিফুৰ দলটোৰ হাততে তেওঁলোকে সংগ্ৰহ কৰা সামগ্ৰী প্ৰদান কৰে ৷

IMG 20260730 WA0010 | ASSAM TIMES POST

খাদ্য সামগ্ৰী; নতুন-পুৰণি কাপোৰ; বাচন; আঠুৱা; পশু খাদ্য; ফেনাইল; ব্লিচিং পাউদাৰ;পানীকে ধৰি বহু সামগ্ৰী কালি পানবেচা; তাঁতিপথাৰ বৰভেটি; কলজপিয়া আৰু নিমাইজানত বিতৰণ কৰে ৷ সামগ্ৰী সমূহৰ লগতে নগদ প্ৰায় ৫০ হাজাৰ টকা বৃদ্ধ আৰু অভাৱগ্ৰস্ত জনতাক দিয়ে ৷

এখন এল পি ট্ৰাক আৰু এখন টাটা ডি আই গাড়ীত ডিফুৰ জনতাই দিয়া সামগ্ৰী সমূহ শিৱসাগলৈ নি নিশা ৯ বজালৈকে বিতৰণ কৰে উদ্যোক্তা সকলে ৷ এল পি ট্ৰাকখন ভিতৰুৱা এলেকালৈ নিয়াত অসুবিধা হোৱাত আন এখন মিনি ডাম্পাৰ ভাড়া কৰি দুখন গাড়ীৰে দলটো যায় ভিতৰুৱা এলেকালৈ ৷

নাৱেৰে গৈয়ো দিয়া হয় সাহাৰ্য্য সামগ্ৰী ৷ নিশা অধিক হোৱাত নেপালীখুটিৰ সামগ্ৰী খিনি দিৱলৈ স্হানীয় এটি স্বেচ্ছাসেৱী দলক দায়িত্ব দি আহে উদ্যোক্তা সকলে৷ আজি পুৱাৰে পৰা তেওঁলোকে সাহাৰ্য্য বিতৰণ কৰিছে ৷ ডিফুৰ উপৰি কালি বালিপথাৰ; দিলাউজান; জপৰাজান; সৰিয়হজানৰ লোক সকলেও সাহাৰ্য্য সামগ্ৰী আৰু চিকিৎসা সেৱা আগবঢ়াই দুৰ্গত জনতাক ৷

ডিফুৰ সকলো স্তৰৰ জনতাই সহায় কৰাৰ লগতে বিশেষভাৱে সহায় কৰে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয়শ্ৰী দাউলাগপু; গুৱাহাটীৰ মণিমালা পাত্ৰ; ৰজিতা কাকতিৰ পৰিয়াল; প্ৰাৰ্থনা গগৈ; উন্নয়ন বিষয়া জে এছ ইংলেং;মানজাৰ সুপৰ্ণা দেৱনাথৰ পৰিয়াল; আৰাধনা দাস; নয়ন পাঠকৰ পৰিয়াল আৰু স্বপ্নলোকৰ হৈ সম্পাদিকা নিবেদিতাই ৷ উদ্যোক্তা সকলে সকলোৰে লগতে তেওঁলোককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷

শিৱসাগৰৰ যুৱক কৌশিক গগৈ; উদীপ্ত বৰগোহাঞি; আকন্ত কোঁৱৰ; হেমন্ত বৰা; দিগন্ত লাহন; সুৰেশ গগৈ; আৰু বিপ্লৱ কোঁৱৰে কৰা সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জনায় উদ্যোক্তা সকলে ৷ উদ্যোক্তা সকলে জানিবলৈ দিছে যে আন কিছু শৈক্ষিক আৰু ঘৰুৱা সামগ্ৰী লৈ দলটো শীঘ্ৰে সকলো সপোন শেষ হৈ যোৱা নেপালী খুটিলৈ ৰাওনা হ’ব ৷

Tags: কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজশিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
ADVERTISEMENT
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx