ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Terrorist Attack in JK : পুনৰ ৰক্তাক্ত জম্মু-কাশ্মীৰ; জম্মুৰ ডোডাত সন্ত্ৰাসবাদী বিৰোধী অভিযানত নিহত সেনা বিষয়া

নিউজ ডেস্ক:

News Desk by News Desk
August 14, 2024
Reading Time: 1 min read
A A
0
Terrorist Attack in JK : পুনৰ ৰক্তাক্ত জম্মু-কাশ্মীৰ; জম্মুৰ ডোডাত সন্ত্ৰাসবাদী বিৰোধী অভিযানত নিহত সেনা বিষয়া

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুনৰ উত্তপ্ত কাশ্মীৰ (Kashmir)। বুধবাৰে পুৱা জম্মু-কাশ্মীৰৰ ডোডাত (In Doda, Kashmir) সংঘটিত এনকাউণ্টাৰত এজন সেনা বিষয়া নিহত (Army officer killed) হয়। লগতে এজন সাধাৰণ নাগৰিকো গুৰুতৰভাৱে আহত হয়।

মঙলবাৰে সন্ধিয়া সেনাই সন্ত্ৰাসবাদীৰ গোপন শিবিৰৰ তথ্য লাভ কৰাৰ পিছত সেনাৰ এটা দলে চাৰিজন সন্ত্ৰাসবাদীৰ সন্ধানত ওলাই যায়। নিশাতেই দুয়োপক্ষৰ মাজত গুলীচালনা হয়। সাময়িক বিৰতিৰ পিছত বুধবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হয় সংঘৰ্ষ। সেই সময়ত কেপ্টেইন পদবীৰ এজন সেনা বিষয়াক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।

kas 1 | ASSAM TIMES POST
জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত এনকাউণ্টাৰত নিহত কেপ্টেইনগৰাকী ভাৰতীয় সেনাৰ ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত আছিল।

সংবাদ সংস্থা এ এন আইৰ মতে, মৃত কেপ্টেইনগৰাকী ভাৰতীয় সেনাৰ ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত আছিল। এনকাউণ্টাৰ স্থানৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা আমেৰিকান এম-৪ এছাল্ট ৰাইফল আৰু বিভিন্ন অস্ত্ৰ-শস্ত্ৰসহ তিনিটা বেগ উদ্ধাৰ কৰে। আনহাতে, চাৰিজন সন্ত্ৰাসবাদীৰ সন্ধানত এতিয়াও অভিযান চলি আছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰত বিগত কিছু বছৰ ধৰি সন্ত্ৰাসবাদীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি আহিছে। ২০২১ চনৰ পৰা অঞ্চলটোত সন্ত্ৰাসবাদী আক্ৰমণত ৫০ জনতকৈ অধিক জোৱান নিহত হৈছে। আনহাতে, বিগত কেইটামান সপ্তাহত পুনৰ সংঘটিত হৈছে এই আক্ৰমণ। শনিবাৰে অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ দুজন জোৱান নিহত হয়। ইয়াৰ বাহিৰেও কঠুৱাৰ কুপৱাৰা, কিস্তিয়াৰত আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে জুলাই মাহত ডোডা জিলাৰ দেশা জংঘলত সন্ত্ৰাসবাদীয়ে চাৰিজন সেনা জোৱানক হত্যা কৰিছিল।

Tags: ArmyofficerkilledKashmirকাশ্মীৰসেনাবিষয়ানিহত
Share4Tweet3Send

Related Posts

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

by Staff Reporter
April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

by Staff Reporter
April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

by Staff Reporter
April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

by Staff Reporter
April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

by Staff Reporter
April 28, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx