ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ৩১ সংখ্যক পথ সুৰক্ষা সন্দৰ্ভত ৰাজহুৱা সভাঃ চালক সকলক সংযত হৈ গাড়ী চলোৱাৰ আহ্বান জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 13, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ ৩১ সংসংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২০ৰ অংশ স্বৰূপে আজি তৃতীয়া দিনৰ কাৰ্যসূচী অনুসৰি জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি ডিফু ক্লাৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ সভাখনক পৰিচালনী কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ৷ সভাত উপস্থিত থাকে জিলা উপায়ুক্ত মুকুল শইকীয়া, নৱনিযুক্ত জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰী, কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ,অভিযন্তা, ক্ৰ’ ৷

RELATED POSTS

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

সভাত নৱনিযুক্ত আৰক্ষী অধীক্ষকে পথ সুৰক্ষা সন্দৰ্ভত বহুমূলীয়া ভাষণ প্ৰদান কৰাৰ সমান্তৰালকৈ মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া ব্যস্ততম ৰাজপথত অধিক হাৰত দূৰ্ঘটনা ৰোধ কৰিবলৈ চালক সকলক পথ সুৰক্ষাৰ পঞ্চ নীতি ক্ৰমে, দ্ৰুত গতি ৰোধ কৰা, হেলমেট পৰিধান কৰা, নিছাগ্ৰস্থ হৈ গাড়ী নচলোৱা, গাড়ী চলোৱা সময়ত মোবাইল ফোনৰ ব্যৱহাৰ নকৰা আদি পথ সুৰক্ষাৰ পঞ্চ নীতিৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷

ইয়াৰো পৰি আজিৰ ৰাজহুৱা সভাত ৩১ সংখ্যক পথ সুৰক্ষা সপ্তাহকলৈ অনুষ্ঠিত হোৱা হাফ মাৰাথান আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় ৷ নতুন যান বাহন আইন খন চলিত বৰ্ষৰে পৰা জিলাখনত সুপ্ৰযোজ্য কৰাৰ বাবে জিলা পৰিবহন বিভাগ বদ্ধ পৰিকৰ হোৱাৰ লগতে ডিফু চহৰৰ অস্বাভাৱিক যান- জঁট প্ৰতিৰোধ কৰিবলৈ জিলা উপায়ুক্তৰ সৈতে পৰিবহন বিভাগৰ আলোচনা চলি থকাৰ লগতে এই সন্দৰ্ভত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে সাংবাদিকক জানিবলৈ দিছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
ADVERTISEMENT
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট
National-International

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

April 30, 2026
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx