ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

৩৯ সংখ্যক চক্ৰধৰ সমৰোহ : ছত্তিশগড়ত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন হ’ল অসমৰ সত্ৰীয়া নৃত্য

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
September 14, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

New Logo Smal 1 | ASSAM TIMES POST

বিশিষ্ট সংগীতজ্ঞ, নৃত্য বিশাৰদ মহাৰজা চক্ৰধৰ সিংহৰ সোঁৱৰণত ছত্তিশগড়ৰ ৰায়গড়ত উদযাপিত হৈ আহিছে বাৰেৰহণীয়া কলা-সংস্কৃতিৰে সমৃদ্ধ দেশৰ ভিতৰতে প্রসিদ্ধ চক্ৰধৰ সমৰোহ। গণেশ চতুর্থীৰ পবিত্র দিনটোত ৰায়গড়ৰ ৰামলীলা ময়দানত ১০ দিনীয়াকৈ ৩৯ সংখ্যক চক্ৰধৰ সমৰোহত ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকলৰ লগতে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ স্বনামধন্য পদ্ম বিভূষন, পদ্মশ্রী খ্যাত বিভিন্ন কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মহান শিল্পী সকলে প্ৰদৰ্শন কৰে তেওঁলোকৰ কলাকীর্তি।

৩৯ সংখ্যক চক্ৰধৰ সমৰোহ : ছত্তিশগড়ত
৩৯ সংখ্যক চক্ৰধৰ সমৰোহ : ছত্তিশগড়ত:

সমাৰোহত ভাৰটনাট্যম, কথক, মোহিনী আট্টম, কুচিপুড়ি, মণিপুৰী, ওডিচি, নৃত্যৰ বিশিষ্ট শিল্পী সকলৰ উপৰিও এইবাৰ অসমৰ সত্রীয়া নৃত্যক পোণ প্রথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱাৰ লগতে লোক সংগীত আৰু বাদ্যযন্ত্রী বিশাৰদ সকলেও প্ৰস্তুত কৰিব তেওঁলোকৰ গায়ন আৰু বায়ন শৈলী। অসমৰ বিহুৱেও এইবাৰ সমাৰোহত স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ কৃষ্টি প্ৰদৰ্শনৰ বাট মোকলাই দিয়াৰ বাবে ছত্তীশগড় ৰাজ্যত কৰ্মৰত অসমৰ সু- সন্তান সোণমণি বৰা, আই এ. এচ ধন্যবাদৰ পাত্ৰ।

432e27c2 cc9a 4082 a335 0ad4f09de004 | ASSAM TIMES POSTতেওঁৰ প্ৰচেষ্টাতে এনে মহান অনষ্ঠানত অসমৰ সংস্কৃতিয়ে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছে সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাস। তেওঁক সহযোগ কৰিছে আন এগৰাকী নিপুণ সত্ৰীয়া নৃত্য শিল্পী ৰাজীৱ দাসে। তেওঁলোক দুয়োরে ১৩ চেপ্তেম্বৰত ৪০ মিনিট সময় নান্দনিক ৰূপত প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই ৰসিক দর্শকসকলক সন্মোহিত কৰি ৰাখে।

জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বজাই শিল্পী দুগৰাকীৰ নৃত্য প্রতিভাক দর্শক শ্রোতাই সন্মান জনোৱাটো অসমৰ সত্ৰীয়া নৃত্যশৈলীৰ বাবে নিশ্চয় গৌৰৱ আৰু আনন্দৰ বিষয়। এইবাৰৰ সমাৰোহত অংশগ্ৰহণ কৰা বিশিষ্ট শিল্পীসকলৰ ভিতৰত নৃত্য পটিয়সী তথা সাংসদ হেমা মালিনী, কবি কুমাৰ বিশ্বাস, পদ্মশ্রী দেবযানী, মীনাক্ষী শেষাদ্রী, ভূপেন্দ্ৰ বেৰধ, পূর্ণাশ্রী বার্ডত, দ্বীপান্বিতা সৰকাৰ, পদ্মশ্ৰী ৰঞ্জনা গৌহৰ, ৰাকেশ চৌৰচিয়া, তপচিৰ মহম্মদ, ৰাহুল শর্মা ইত্যাদি। সমাৰোহৰ সামৰণিৰ দিনা অসমীয়া বিহুৱে দৰ্শকক আপ্লুত কৰিব যে সেয়া নিশ্চিত। এনে এক মহান সমাৰোহত দৃষ্টিনন্দন সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰা বাবে মৃদুস্মিতা প্রশংসাৰ পাত্ৰ।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসমীয়া কৃষ্টিঅসমীয়া বিহুআই এ. এছওডিচিওস্তাদ বিচমিল্লা খাঁকথককবি কুমাৰ বিশ্বাসকুচিপুড়িগণেশ চতুর্থীগায়ন শৈলীচক্ৰধৰ সমৰোহছত্তিশগড়তপচিৰ মহম্মদদ্বীপান্বিতা সৰকাৰনৃত্য প্রতিভানৃত্য বিশাৰদপদ্ম বিভূষনপদ্মশ্রীপদ্মশ্রী দেবযানীপদ্মশ্রী ৰঞ্জনা গৌহৰপূর্ণাশ্রী বার্ডতবাদ্যযন্ত্রীবায়ন শৈলীবিশিষ্ট সংগীতজ্ঞবিহুভাৰটনাট্যমভূপেন্দ্ৰ বেৰধমণিপুৰীমহাৰজা চক্ৰধৰ সিংহমীনাক্ষী শেষাদ্রীমৃদুস্মিতা দাসমোহিনী আট্টমযুৱ পুৰস্কাৰলোক সংগীতসংগীত নাটক অকাডেমীসত্রীয়া নৃত্যসত্ৰীয়া নৃত্য শৈলী।সাংসদ হেমা মালিনীসাংস্কৃতিক গৌৰৱসোণমণি বৰা৩৯ সংখ্যক চক্ৰধৰ সমৰোহৰাকেশ চৌৰচিয়াৰাজীৱ দাসৰামলীলা ময়দানৰাহুল শর্মাৰায়গড়
Share5Tweet3Send

Related Posts

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

by News Desk
October 19, 2026
53
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

by News Desk
October 19, 2026
52
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
ADVERTISEMENT
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
50
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
50
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
50
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d