ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও জিলা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন : ডঃ প্ৰফুল্ল মহন্তক সুৰ্য কুমাৰ ভুঞা বঁটা প্ৰদান

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

নগাঁও : নগাঁও জিলা সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ বাৰ্ষিক অধিৱেশনখন আজি উপাসনা শাখা সাহিত্য সভাৰ উদ্যোগত নগাঁও চহৰৰ মিলনপুৰ বিহু তলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অধিৱেশন উপলক্ষে পুৱা সভাৰ পতাকা উত্তোলন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি নিত্যানন্দ বৰাই ।

আনহাতে স্মৃতি তৰ্পন অনুষ্ঠানৰ পিছতেই পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাত জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। প্ৰতিনিধি সভাত ‘কা’ বিৰোধী আন্দোলন চলাই যোৱাৰ লগতে আন কেৱাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পৰাণ কুমাৰ বৰুৱাক সভাপতিৰ দায়িত্ব আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে বিদায়ী সভাপতি নিত্যানন্দ বৰাই।

আনহাতে নৱ নিৰ্বাচিত সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সমাজ কৰ্মী বল্লদেৱ শৰ্মাই প্ৰয়াত পিতৃ তিলক চন্দ্ৰ দেৱ শৰ্মাৰ স্মৃতিত গঠণ কৰা ন্যাস পূঁজিৰে প্ৰদান কৰি অহা ডঃ সূৰ্য কুমাৰ ভূঞা বঁটা’ ২০২০ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ডঃ প্ৰফুল্ল মহন্তক। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ডঃ মহন্তই কয় যে “অসমীয়া জাতি আজি ভয়ংকৰ বিপদত পৰিছে। জাতিটোৰ এই সংকটৰ সময়ত আমি সকলোৱে ঐক্যবদ্ধ ভাৱে জাতিটোৰ সন্মুখত থিয় দিব লাগিব।এই ক্ষেত্ৰত জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। এই সভাতেই জিলা সাহিত্য সভা বঁটা প্ৰদান কৰা হ’য় বিশিষ্ট সাহিত্যিক কুসুম বৰাক।

তদুপৰি সাধনা বঁটা প্ৰদান কৰা হ’য় দীগেন মহন্ত, পূন্যদা বৰা, গীতা মহন্ত শইকীয়া, জগন্নাথ মহন্ত আৰু হৰি নৰায়ণ কোঁৱৰক।আনহাতে প্ৰেৰণা বঁটা প্ৰদান কৰা হয় দীপ্তি বৰা, হেলেন পণ্ডিত জ্যোতিকা মনি দাস, অনিমা শৰ্মা বৰুৱা, ভূপেন্দ্ৰ নাথ হাজৰিকা, দেৱকান্ত হাজৰিকাক। ইপিনে, এই সভাতেই জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখা বঁটা ৰাঙলু শাখা সাহিত্য সভা, শ্ৰেষ্ঠ সংগঠকৰ বঁটা ধিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক মৃগাঙ্ক বৰাক আৰু কামপুৰ শাখা সাহিত্য সভাৰ বাবুল বৰাক প্ৰদান কৰা হ’য়। অনুষ্ঠানতেই সমাজকৰ্মী কাৰ্তিক সাহাৰ প্ৰয়াত পিতৃৰ নামেৰে গঠিত ন্যাসে প্ৰথম বাৰলৈ সমন্বয় বঁটা প্ৰদান কৰে নগাঁৱৰ তিনিজন বিশিষ্ট ব্যক্তি ক্ৰমে ডঃ মাণিক কৰ, দেৱেন্দ্ৰ সিং চেহমী আৰু আলহাজ ছিদুলক।

এই সভাত সলীল মিত্ৰ, কৃষ্ণ মোহন শৰ্মা, কুশল বৰা, ৰজনী নাথক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে জাতিটোৰ সুৰক্ষা আৰু অসমীয়া ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই কেতিয়াও আপোচ নকৰে।কেন্দ্ৰীয় চৰকাৰে ‘কা’ জাপি দি অসমীয়া ভাষা-সংস্কৃতিক বিপন্ন কৰিব বিচাৰিছে। সভাত বিশিষ্ট সাহিত্যিক সুধাময় দাস, সাংবাদিক মানস কুমাৰ মহন্ত, কনক হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ দিলীপ কুমাৰ বৰুৱা,ৰতি মোহন নাথ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৰণিকা খন উন্মোচন কৰে নগাঁও কলেজৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে। সভাত আন কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx