ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Mithun Chakraborty : মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

নিউজ ডেস্কঃ

News Desk by News Desk
September 30, 2024
Reading Time: 1 min read
A A
0
Mithun Chakraborty : মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

দীৰ্ঘদিনীয়া অভিনয় জীৱনত ভাৰতীয় চিনেমালৈ অৱদানৰ স্বীকৃতি স্বৰূপে মিথুন চক্ৰৱৰ্তী (Mithun Chakraborty)লৈ প্ৰদান কৰা হৈছে সন্মানীয় দাদাচাহেব ফাল্কে বঁটা (Dadasaheb Phalke Award)। উল্লেখ্য যে কিন্তু কেৱল হিন্দী ছবিয়ে নহয়, মিথুন চক্ৰৱৰ্তীয়ে বাংলাকে ধৰি বহুকেইটা ভাষাৰ কেইবাখনো চিনেমাত অভিনয় কৰিছে। লগতে উপহাৰ দিছে বহুকেইখন হিট ছবি।

আগন্তুক ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত মিথুনক এই সন্মান প্ৰদান কৰা হ’ব। ৮ অক্টোবৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। এই ঘোষণাৰ পিছত টলিউডৰ পৰা বলীউড উদ্যোগলৈ সকলোৱে তেওঁক শুভেচ্ছা জনাইছে। এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত লিখিছে, “ভাৰতীয় চিনেমালৈ মিথুনদাৰ অৱদান বৃহৎ। আৰু সেই অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁলৈ ছবি জগতৰ সৰ্বোচ্চ সন্মান ‘দাদাচাহেব ফাল্কে’ বঁটা প্ৰদান কৰা হৈছে।”

mithun | ASSAM TIMES POST
মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

উল্লেখ্য যে চলচ্চিত্ৰৰ জগতখনত বাট বুলাটো তেওঁৰ বাবে সহজ নাছিল। চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ সহায়ত তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। তেওঁ ‘মৃগয়া’ত প্ৰথম অভিনয় কৰিছিল আৰু প্ৰথমখনেই হিট হৈছিল। এই ছবিখনৰ বাবে মিথুনে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে। ইয়াৰ পিছত তেওঁ আৰু পিছলৈ ঘূৰি চোৱা নাই। এবছৰত ১৯খন ছবি মুক্তিৰ অভিলেখো আছে মিথুন চক্ৰৱৰ্তীৰ নামত। লগতে তেওঁৰ কেৰিয়াৰত মুঠ ৩টা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। এইবাৰ এই কৃতিত্ব হৈছে সৰ্বোচ্চ সন্মান।

উল্লেখ্য যে এইবাৰ পূজাত এক আড়ম্বৰপূৰ্ণ ৰূপত পৰ্দালৈ ঘূৰি আহিব মিথুন চক্ৰৱৰ্তী। পৰিচালক পাথিকৃত বসুৰ ছবি ‘শাস্ত্ৰী’ত এক বেলেগ ৰূপত দেখা যাব অভিনেতাগৰাকীক।

Tags: MithunChakrabortyমিথুনচক্ৰৱৰ্তীফাল্কেবঁটা
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx