ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Antarctica : চৰিত্ৰ সলনি হৈছে এন্টাৰ্কটিকাৰ, নতুন বিপদৰ আশংকা পৰিৱেশবিদৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 5, 2024
Reading Time: 1 min read
A A
0
Antarctica : চৰিত্ৰ সলনি হৈছে এন্টাৰ্কটিকাৰ, নতুন বিপদৰ আশংকা পৰিৱেশবিদৰ

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

আমি সকলোৱে জানো যে এন্টাৰ্কটিকা (Antarctica) বৰফেৰে আবৃত। এনেদৰেই এতিয়ালৈকে সমগ্ৰ বিশ্বই দেখি আহিছে। কিন্তু পৰিৱেশৰ পৰিৱৰ্তনে বিজ্ঞানীসকলক পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে। কিয়নো এন্টাৰ্কটিকাৰ বৃহৎ অংশত ক্ৰমান্বয়ে সেউজ দলিচা (Increasingly green carpets in Antarctica)ই প্ৰভাৱ বিস্তাৰ কৰিছে। এই ছবিখন উপগ্ৰহৰ পৰা লোৱা হৈছে। ইয়াত ক্ৰমান্বয়ে এই সেউজৰ সমাহাৰে বিজ্ঞানী আৰু পৰিৱেশবিদসকলক চিন্তিত (Environmentalists are worried) কৰি তুলিছে।

বিগত ৪০ বছৰত এয়া এক অভিলেখ। এই গৱেষণা প্ৰকাশ পাইছে Nature Geoscience ত। ১৯৮৬ চনৰ ০.৪ বৰ্গমাইল সেউজীয়া গৈ এতিয়া প্ৰায় ৩০ শতাংশলৈ বৃদ্ধি পাইছে। এগৰাকী পৰিৱেশবিদে কয় যে পৃথিৱীৰ উষ্ণতা লাহে লাহে বৃদ্ধি পাইছে। ফলত বৰফবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে। এসময়ত পৃথিৱীত কেনেকৈ শৈবাল গঠন হৈছিল সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। উপগ্ৰহৰ পৰা বন্দী ছবিখন এই সেউজীয়াৰ ছাঁ মাথোঁ।

চৰিত্ৰ সলনি হৈছে এন্টাৰ্কটিকাৰ, নতুন বিপদৰ আশংকা পৰিৱেশবিদৰ

কিন্তু অতি সোনকালে এই সেউজীয়া দলিচাই এন্টাৰ্কটিকাৰ পৰিৱেশ সলনি কৰিব। ক্ৰমান্বয়ে বৰফৰ তৰপ গলি যোৱাৰ লগে লগে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব। ফলত উপকূলীয় দেশসমূহক আগুৰি ধৰিব মহাসাগৰে। পৰিৱেশত কাৰ্বন-ডাই অক্সাইডৰ মাত্ৰা বাঢ়িছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। ফলত তাপমাত্ৰা বৃদ্ধি পাইছে। ইয়াৰ ফলতে বৰফ গলিবলৈ ধৰিছে আৰু তাত সেউজীয়া শেলায়ে আৱৰি ধৰিছে। ইয়াক পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই বুলি কোৱা হয়। তাত এতিয়া লাহে লাহে তাপমাত্ৰা বৃদ্ধি পাইছে। এই ঘটনা এতিয়া পৰিৱেশবিদসকলৰ বাবে অতিৰিক্ত মূৰৰ বিষ হৈ পৰিছে। উল্লেখযোগ্য যে এন্টাৰ্কটিকাত প্ৰায় ৩০খন দেশৰ শাসন আছে।

১৯৫৯ চনৰ এন্টাৰ্কটিকা সন্ধিৰ দ্বাৰা তেওঁলোক সকলোকে একত্ৰিত কৰা হৈছে। সন্ধিৰ চৰ্ত অনুসৰি, এন্টাৰ্কটিকাত সামৰিক কাৰ্যকলাপ, খনন, পাৰমাণৱিক বিস্ফোৰণ সকলো নিষিদ্ধ। গ্ৰীষ্মকালত এই গৱেষণা কেন্দ্ৰটোত প্ৰায় ৫ হাজাৰ লোক বাস কৰে, যিটো শীতকালত প্ৰায় ১০০০ জনলৈ হ্ৰাস পায়। কিন্তু মহাদেশখনৰ দূৰৱৰ্তী অৱস্থানৰ পিছতো আজি প্ৰদূষণ, অ’জন স্তৰৰ ক্ষয়, জলবায়ু পৰিৱৰ্তন আদি দেখা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Antarcticaএন্টাৰ্কটিকা
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
55
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
58
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
55
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
55
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
57
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
57
ADVERTISEMENT
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d