ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Drugs Seized at Khatkhati I খটখটীত আৰক্ষীৰ জালত কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
October 7, 2024
Reading Time: 1 min read
A A
0
Drugs Seized at Khatkhati I খটখটীত আৰক্ষীৰ জালত কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী

RELATED POSTS

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

New Logo Smal | ASSAM TIMES POST

নিচাযুক্ত (Drugs) দ্ৰব্যবিৰেধী অভিযানত আন এক সফলতা অসম আৰক্ষীৰ৷ সোমবাৰে পুৱা খটখটীত সন্দেহযুক্ত হেৰইনসহ তিনি সৰবৰাহকাৰীক আটক আৰক্ষীৰ৷ আনহাতে, জব্দ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

Drugs Seized at Khatkhati I
কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী:

খবৰ অনুসৰি, সোমবাৰে পুৱা ৮.৩০ মান বজাত খটখটী ষ্টেট বেংকৰ ওচৰত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত মশিপুৰৰ দিশৰ পৰা অৰুণাচল অভিমুখে গৈ থকা এখন বাহনত দলটোৱে তালাচী চলায়৷ AS 01 V 7436 নম্বৰৰ মাৰুতি চুজুকি এল্ট বাহনখনত তালাচী চলাওঁতেই উদ্ধাৰ হয় বৃহৎ পৰিমানৰ হেৰইনখিনি৷

বাহনখনত ১০ টা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল ১১৭. ৫২ গ্ৰাম ওজনৰ হেৰইনখিনি৷ আনহাতে, এই হেৰইনখিনি সৰবৰাহৰ লগত জড়িত অৰুণাচলৰ নং ইৰাং, তাৰাম ৰিয়ান আৰু বিৰাজ মালিক আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিওকে জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে৷

IMG 20241007 WA0016 | ASSAM TIMES POST

উল্লেখ্য যে এভিযানটোৰ নেতৃত্ব দিয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মই৷ তেওঁক সহযোগ কৰে খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়া, এছআই জিতুমণি শইকীয়া, অমৰ জ্যোতি শইকীয়াকে ধৰি আৰক্ষীৰ দলে৷

আনহাতে, ইয়াৰ পূৰ্বে দেওবাৰে নিশাও বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুই সৰবৰাহকাৰীক আটক কৰে খটখটী আৰক্ষীয়ে৷ নিশা প্ৰায় ৯ বজাত এক গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষীয়ে এই অভিযান চলায় বুলি সোমবাৰে খটখটী আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ সূত্ৰ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ কালিৰাম বস্তিত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ এক চুক্তি সন্দৰ্ভত আৰক্ষীয়ে গোপন সূত্ৰে তথ্য লাভ কৰে৷

এই তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়াৰ তত্বাৱধানত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এক অভিযান চলাই ডিমাপুৰৰ দিশৰ পৰা খোজকাঢ়ি আহি থকা অৱস্থাত মণিপুৰৰ সেনাপতি জিলাৰ ধন বাহাদুৰ খোৱাৰ আৰু গাম্মিনচোন চাংলোইক তালাচী চলাই ১.৫০ কিলোগ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে৷ ইয়াৰ পিছত দুয়ো সৰবৰাহকাৰীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কোটি টকা মূল্যৰ সন্দেহজনকখটখটীত আৰক্ষীৰ জালতহেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী
Share8Tweet5Send

Related Posts

“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

by ASSAM TIMES POST
November 1, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

by News Desk
October 31, 2026
51
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
October 31, 2026
51
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

by News Desk
October 30, 2026
51
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
ADVERTISEMENT
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
50
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
50
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
BREAKING NEWS

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026
50
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d