ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Gang of water pipe theft : মাঞ্জাত PHE-ৰ চিলনীৰ পৰা কাটি অনা বৃহৎ সংখ্যক পাইপ জব্দ, পাঁচজনক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
October 15, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

ডিফু (Diphu)লৈ পানী যোগান ধৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Technical Department)ৰ মূল উৎসস্থলী চিলনীৰ তেৰাম বস্তিত (In Silani’s TeramBasti) থকা পানীৰ পাইপ কাটি (Cutting the water pipe) অবৈধভাবে বিক্ৰী কৰা এটা চক্র (Illegally sold gang) আজি মাঞ্জা আৰক্ষীৰ (Manja police) জালত পৰে। উল্লেখ্য যে দীর্ঘদিন ধৰি চিলনীৰ তেৰাং বস্তিত অব্যবহৃত হৈ থকা এই পানীৰ পাইপসমূহ এটা চক্রই কাটি কাটি মাঞ্জাত বিক্রী কৰি আছিল। এই সন্দর্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগ অৱগত হৈছিল যদিও এই কার্যত জড়িত চোৰ কেইটাক ধৰিব পৰা নাছিল।

diphu 1 | ASSAM TIMES POST
মাঞ্জাত PHE-ৰ চিলনীৰ পৰা কাটি অনা বৃহৎ সংখ্যক পাইপ জব্দ, পাঁচজনক গ্ৰেপ্তাৰ

আজি পুৱতি নিশা এখন বলেৰ’ নম্বৰ এছ-০৯-বিচি-২২২৯ আৰু এখন বাইকত নং, এএছ-০১-এ জে-৩৯৫৪ অহা চোৰৰ দলটোৱে মাঞ্জাত বিক্ৰীৰ বাবে আনি থকা পাইপখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে চুৰি কার্যত জড়িত থকা পাঁচটা চোৰকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি পুৱতি নিশা মাঞ্জা আৰক্ষীয়ে চলোৱা অভিযানত বলেৰ’ খনত কঢ়িয়াই অনা ৪১ডাল পাইক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে এই সন্দর্ভত আৰক্ষীয়ে পাঁচটা চোৰক্রমে-বাংফু তিমুং (২২), থং টেৰণ (৩০), সঞ্জয় ফাংচ’ (২৫), পাওগ’ জনহাও (২৫), চুক বাহাদুৰ মাকটন (৩৫) গ্রেপ্তাৰ কৰাৰ লগতে বলেৰ’ আৰু বাইকখনো জব্দ কৰে । আনহাতে, মাঞ্জা থানাত উপস্থিত হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কর্মচাৰীসকলে সংবাদমাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি দীর্ঘ দিন ধৰি চুৰি চক্রটোৱে পাইপসমূহ কাটি কাটি এইদৰে বিক্রী কৰি আহিছিল। ডিফুলৈ পানী যোগান ধৰাৰ বাবে নতুনকৈ পাইপ লাইন নির্মাণ কৰা হ’ল যদিও এই পাইপসমূহ এতিয়াও কার্যক্ষম হৈ আছিল আৰু মূল পাইপসমূহ কিবা কাৰণে বিজুতি ঘটিলে এই পাইপসমূহ অতিৰ্ক্তভাবে ব্যৱহাৰ কৰিব পৰাকৈ সক্ষম হৈ আছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Gangwaterpipetheftপাইপজব্দমাঞ্জা
Share5Tweet3Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
61
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
61
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
66
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
51
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026
53
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

September 18, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d