ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Indian Cricket Team : ঘৰুৱা মাটিতে লজ্জাজনক ৰেকৰ্ড ভাৰতীয় ক্ৰিকেট দলৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 17, 2024
Reading Time: 1 min read
A A
0
Indian Cricket Team : ঘৰুৱা মাটিতে লজ্জাজনক ৰেকৰ্ড ভাৰতীয় ক্ৰিকেট দলৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

টেষ্ট ক্রিকেট (Test Cricket)ৰ এটা ইনিংছত সৰ্বনিম্ন স্ক’ৰ হৈছে ৩৬ ৰান।এই ৰেকৰ্ড ভংগৰ পৰা কেনেবাকৈ ৰক্ষা পৰে ভাৰতীয় ক্ৰিকেট দল। কিন্তু তথাপিও আন এক লজ্জাৰ ৰেকৰ্ড গঢ়ে ৰোহিত শৰ্মা বাহিনীয়ে। বাংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে (Against New Zealand in Bengaluru) ৪৬ ৰানতে অন্ত পৰে ভাৰতৰ ইনিংছ (India’s innings ends at 46)। ৰোহিত শৰ্মা, বিৰাট কোহলীৰ দৰে তাৰকা সমৃদ্ধ ভাৰতীয় দলৰ এয়া হৈছে টেষ্ট ক্ৰিকেটত এটা ইনিংছত ঘৰুৱা মাটিত সৰ্বনিম্ন ৰানত অলআউট।

উল্লেখযোগ্য যে টেষ্টত ভাৰতৰ সৰ্বনিম্ন ৰাণৰ অভিলেখ হৈছে ৩৬। ২০২০ চনৰ ডিচেম্বৰ মাহত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। উক্ত ইনিংছত অৱশ্যে ভাৰতৰ ১০টা উইকেট পৰা নাছিল, ৯ টা উইকেট পৰিছিল। হাতত আঘাত পাই আধাতে ক্ৰিজ এৰি যায় মহম্মদ শ্বামীয়ে।

sp 1 | ASSAM TIMES POST
ঘৰুৱা মাটিতে লজ্জাজনক ৰেকৰ্ড ভাৰতীয় ক্ৰিকেট দলৰ। ৪৬ ৰানতে অন্ত পৰে ইনিংছ।

ভাৰতৰ টেষ্ট ইতিহাসত দ্বিতীয় সৰ্বনিম্ন অল আউট হৈছিল ১৯৭৪ চনত। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে ৪২ ৰানত অল আউট হৈছিল। তাৰ পিছত এইবাৰ বাংগালুৰু।  নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় সৰ্বনিম্ন ৰানত অল আউট হয় ৰোহিটৰ দল।

টেষ্টৰ ইতিহাসত ভাৰতে কেইবাবাৰো কম ৰানত অল আউট হৈছে। ১৯৪৭ চনত ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৮ ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হৈছিল। ১৯৫২ চনত মানচেষ্টাৰত ভাৰতে ৫২ ৰানত অল আউট হৈছিল।

১৯৯৬ চনত ডাৰবানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত ৬৬ ৰানত অল আউট হৈছিল।  ১৯৪৮ চনত মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ইনিংছ ৬৭ ৰানতে সমাপ্ত হয়। ১৯৮৭ চনত দিল্লীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত ৭৫ ৰানত অল আউট হৈছিল।  সেইটোৱেই আছিল ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ ইনিংছত সৰ্বনিম্ন ৰান। ৰোহিত বাহিনীয়ে আজি উক্ত লজ্জাজনক অভিলেখ ভংগ কৰে।

Tags: NewZealand-IndiaTestCricketটেষ্টক্রিকেটনিউজিলেণ্ড-ভাৰত
Share4Tweet3Send

Related Posts

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

by News Desk
June 29, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
ADVERTISEMENT
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx