ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Salman Khan death threat : লৰেন্স বিষ্ণয়ৰ নামত ছলমান খানক হত্যাৰ ভাবুকিৰে ৫ কোটি দাবী, ঝাৰখণ্ডৰ পৰা আটক যুৱক

নিউজ ডেস্কঃ

News Desk by News Desk
October 24, 2024
Reading Time: 1 min read
A A
0
Salman Khan death threat : লৰেন্স বিষ্ণয়ৰ নামত ছলমান খানক হত্যাৰ ভাবুকিৰে ৫ কোটি দাবী, ঝাৰখণ্ডৰ পৰা আটক যুৱক

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

গেংষ্টাৰ লৰেন্স বিষ্ণয়ে বলীউডৰ অভিনেতা ছলমান খান (Actor Salman Khan)ক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে ৫ কোটি টকা দাবী (Rs 5 crore claim) কৰে। অৱশেষত আৰক্ষীৰ জালত ধৰা (Caught in the police) পৰিছে অভিযুক্ত ঝাৰখণ্ডৰ যুৱক (Accused is a youth from Jharkhand)।

salman 1 | ASSAM TIMES POST
লৰেন্স বিষ্ণয়ৰ নামত ছলমান খানক হত্যাৰ ভাবুকিৰে ৫ কোটি দাবী, ঝাৰখণ্ডৰ পৰা আটক যুৱক

বিগত কেইমাহমানৰ পৰা ইটোৰ পিছত সিটোকৈ ছলমানলৈ ভাবুকি আহিছে। অভিযোগ অনুসৰি, তেওঁৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবেই শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক হত্যা কৰা হয়। তেতিয়াৰ পৰাই ছলমানৰ নিৰাপত্তা অধিক শক্তিশালী হৈ উঠিছে। কিন্তু ১৮ অক্টোবৰত মুম্বাই যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰত লৰেন্স বিষ্ণয়ৰ নামত পুনৰ ভাবুকি আহে। তাত কোৱা হয় যে ছলমান খানে তৎক্ষণাত ৫ কোটি টকা দিব লাগিব। নহ’লে তেওঁৰ ভাগ্য বাবা ছিদ্দিকীতকৈও বেয়া হ’ব। ইয়াৰ পিছতে মুম্বাই আৰক্ষী তৎপৰ হয়। আৰম্ভ হয় তদন্ত। তদন্তৰ সময়তে জামছেদপুৰৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ মতে, তেওঁ বিষ্ণয়ৰ নামত ছলমানক ভাবুকি দিছিল।

Tags: SalmanKhanDeathThreatছলমানখানকভাবুকি
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

ADVERTISEMENT
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

Asim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT