ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ব্যাপক ৰাজহ ফাকিৰে অবৈধ পলস খনন ! সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2020
Reading Time: 1 min read
A A
0
ব্যাপক ৰাজহ ফাকিৰে অবৈধ পলস খনন ! সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

প্ৰতি মাহে প্ৰায় দহ লক্ষাধিক টকা ৰাজহ ফাকি : বন বিভাগৰ লগত গোপন বুজাবুজিৰ অভিযোগ

বিভাস দুৱৰা,ডিব্ৰুগড় : ব্যাপক ৰাজহ ফাঁকিৰে ডিব্ৰুগড়ত অবৈধ পলসৰ ৰমৰমীয়া ব্যৱসায়ে সকলোৰে চকু কপালত তুলিছে।জালি তথা ভুৱা চালানেৰে লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি বন বিভাগৰ চকুৰ সন্মুখেদি নিতৌ ৫০ খনৰ অধিক পলসৰ গাড়ী সৰবৰাহ হৈ আহিছে যদিও সংশ্লিষ্ট বিভাগে চকু মুদাৰ কুলিৰ ভাও ধৰি আহিছে।ডিব্ৰুগড় চহৰৰ কাষৰ মোহনাঘাটত একাংশ শাসনাধিস্ত পালিনেতাই বন বিভাগৰ সহযোগত নিতৌ চলায় আহিছে এই অবৈধ ব্যৱসায়।নিতৌ লাখ লাখ টকাৰ সৰলুকি কৰিছে জালি চালানেৰে।যত বন বিভাগৰ কোনো চীল-মোহৰ নথকাৰ লগতে কোনো বিষয়াৰে সস্তাক্ষৰ নথকাতো বিদ্যামান।জানিব পৰা মতে ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলৰ ব্ৰস্মপুত্ৰ নদীৰ পলসৰ মহলত নিতৌ প্ৰায় ৫০ ৰ পৰা ৬০ খন পলস কঢ়িওৱা বাহন চলাচল কৰে।

চহৰখনৰ বিভিন্ন স্থানত বিভিন্ন কামৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা তথা ব্ৰহ্মপুত্ৰ নদীৰ মূল মথাউৰিৰ নিচেই কাষৰ পৰা খান্দি অনা হয় এই পলস। যিয়ে নেকি চহৰখনৰ সুৰক্ষাৰ প্ৰতিও বহু ভাবুকিৰ স্বৃষ্টি কৰিছে।এনে ক্ষেত্ৰত বিভাগীয় কতৃপক্ষ বা জিলা প্ৰশাসনে যথেষ্ট সষ্টম হোৱাৰ প্ৰয়োজন আছিল বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।কিন্তু বাস্তবত সেয়া কাৰ্যত পৰিনত হোৱা নাই।আনহাতেদি চৰকাৰী টিপিৰ বিপৰীতে বাহন সমুহত প্ৰদান কৰে জালি চালান যত বন বিভাগৰ কোনো ধৰণৰ ছিল মোহৰ নাথাকে।নিতৌ প্ৰায় ৫০ খন পলসৰ বাহনত ৫০০শ টকাকৈ জালি চালান প্ৰদান কৰিলে এটা দিনত ২৫ হাজাৰ টকা আৰু মাহত ৭ লাখ ৫০ হাজাৰ টকা ৰাজহ ফাকি দিয়া হয় আৰু এই ৰাজহ ফাঁকি বন বিভাগৰ ছত্ৰছায়াতে হোৱা বুলি গুৰুতৰ অভিযোগ উথাপন হৈছে।

WhatsApp Image 2020 01 21 at 7.43.20 PM | ASSAM TIMES POST

দুৰ্নীতিৰ ক্ষেত্ৰত সততে শূণ্য সহনশীলতাৰ কথা আওৰুৱা মুখ্যমন্ত্ৰীগৰাকীৰ এনে কথা অন্ত:সাৰশূণ্য বুলি মত পোষন কৰি এই অবৈধ পলস খনন আৰু ব্যাপক ৰাজহ ফাঁকিৰ তথ্যসহ এক অভিযোগ আজি জিলা উপায়ুক্তক জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে প্ৰদান কৰে।অভিযোগত নেওগে কয় যে মোহনাঘাট অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ এটা ৰিং বান্ধৰ কাষতে বছৰ বছৰ ধৰি অবৈধভাবে একাংশ পলস ব্যৱসায়ীয়ে পলস খনন কৰাৰ ফলত ৰিং বান্ধৰ লগতে চহৰবাসীলৈ প্ৰবল ভাবুকি কৰিয়াই অনাই নহয় চৰকাৰেও হেৰুৱাব লগীয়া হৈছে কোটি টকাৰ ৰাজহ। যোৱা ২৫ নবেম্বৰত মোহনাঘাটৰ এগৰাকী চৰকাৰী গাওবুঢ়াসহ তিনিগৰাকী জ্যেষ্ঠ নাগৰিকে সমগ্ৰ বিষয়ৰ সৰ্ন্দভত মুখ্যমন্ত্ৰীক এক অভিযোগ দাখিলৰ লগতে জিলা উপায়ুক্তক প্ৰতিলিপি দিছিল।ইয়াৰ পিছত আজি পুনৰাই জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে দিয়ে। ইমানৰ পিছতো যদি একো বিহিত ব্যবস্থা গ্ৰহন নকৰে তেন্তে দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা ফটা ঢোলৰ বাহিৰে একো নহয় বুলি শৰৎ চন্দ্ৰ নেওগে মন্তব্য কৰে।

Tags: featured3
Share4Tweet3Send

Related Posts

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx