ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gang Rape : যুৱকৰ সন্মুখতে হ’বলগা পত্নীক দলবদ্ধ ধৰ্ষণ, ৰেকৰ্ড কৰিলে ভিডিঅ’ও

নিউজ ডেস্কঃ

News Desk by News Desk
October 26, 2024
Reading Time: 1 min read
A A
0
Jharkhand Rape Case I পূজা চাবলৈ গৈ দলিত যুৱতী গণধৰ্ষণৰ বলি, গ্ৰেপ্তাৰ একাধিক অভিযুক্ত

RELATED POSTS

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

New Logo Smal 4 | ASSAM TIMES POST

এগৰাকী যুৱকৰ চকুৰ সন্মুখতে (in front of the eyes) নিজৰ হ’বলগীয়া পত্নীক (Wife-to-be) দলবদ্ধ ধৰ্ষণ (Gang rape) কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিজন লোকৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, এই ঘটনাৰ এটা ভিডিঅ’ও ৰেকৰ্ডিং (Video and recording of the incident) কৰা হয়। ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। আনহাতে, যুৱতীগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তিনিজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

ওড়িশাৰ নয়াগড় (Nayagarh in Odisha) জিলাত সংঘটিত হৈছে এই ঘটনা। যদিও মূল ঘটনাটো ২০ অক্টোবৰৰ, কিন্তু শুকুৰবাৰেহে থানাত লিখিত অভিযোগ দাখিল কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উক্ত অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ হয়।

rape 1 | ASSAM TIMES POST
যুৱকৰ সন্মুখতে হ’বলগা পত্নীক দলবদ্ধ ধৰ্ষণ, ৰেকৰ্ড কৰিলে ভিডিঅ’ও

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২০ তাৰিখে ফাতেহগড়ৰ ৰাম মন্দিৰত পূজা কৰিবলৈ গৈছিল দুয়ো যুৱক-যুৱতী। তেওঁলোকৰ বিয়া ঠিক হৈ আছে। সন্ধিয়া মন্দিৰৰ পৰা উভতি অহাৰ পথত তিনিজন যুৱকে বাটভেটি ধৰে। অভিযোগ অনুসৰি, তেওঁলোকক টানি ওচৰৰ হাবিলৈ লৈ যায়। ইয়াৰ পিছতে ডিঙিত ছুৰী থৈ যুৱকজনক আটক কৰি ৰখা হয়। তাৰ পিছত তেওঁৰ সন্মুখতে যুৱতীগৰাকীক ধৰ্ষণ কৰে তিনিজন লোকে। আন এজন ব্যক্তিয়ে তেওঁৰ মোবাইল ফোনত এই ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে। পিছত ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: gangrapeদলবদ্ধধৰ্ষণ
Share5Tweet3Send

Related Posts

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

by News Desk
October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
ADVERTISEMENT
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026
50
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d