ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Video News

ডিফুত ছাত্ৰ-ছাত্ৰীৰ মাজত অগ্নি নিৰ্বাপক বাহনীৰ সজাগতা মগড্ৰীল কাৰ্যসূচী

ASSAM TIMES POST by ASSAM TIMES POST
January 22, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ প্ৰতিবছৰৰ দৰে এই বছৰো ২১ জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ডিফুতো অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সজাগতা সভা আৰু মগড্ৰীল কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

RELATED POSTS

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:

Karbi Anglong Police released video on Substance Abuse Awareness :

WhatsApp Image 2020 01 22 at 00.11.39 | ASSAM TIMES POST

এইলৈ ডিফু অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপীৰ নেতৃত্বত ডিফু শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰাংগণত অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উদ্যোগত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অগ্নিকাণ্ড সংঘটিত হলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰি লগতে, জুই নুমুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত প্ৰশিক্ষণ দিয়ে৷

ইয়াৰোপৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নহালৈকে জুই নুমোৱাৰ বাবে লব লগা প্ৰাথমিক সতৰ্কতা সন্দৰ্ভত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰে৷ আনহাতে এই সজাগতা কাৰ্যসূচীৰ অন্তৰ্গত প্ৰতিবছৰে ভিন ভিন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপিয়ে সাংবাদিকক জানিবলৈ দিছে৷ সজাগতা কাৰ্যসূচীত অগ্নি আৰু জৰুৰীকালীন বাহিনীয়ে এম্বুলেন্স জুই নুমুৱা গেছ, ষ্ট্ৰেছাৰ আদি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়
Video News

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়

by News Desk
November 19, 2022
50
অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:
Video News

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:

by News Desk
November 19, 2022
50
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
50
ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন
ALL NEWS

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

by ASSAM TIMES POST
March 23, 2020
50
কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ
ALL NEWS

কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ

by ASSAM TIMES POST
March 6, 2020
50
এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অৱস্থা
ALL NEWS

এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অৱস্থা

by ASSAM TIMES POST
March 3, 2020
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx