ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

CM Himanta Biswa Sarma I অৱশেষত মুখ্যমন্ত্ৰীৰ ঘোষণা, কটা নাযায় দীঘলীপুখুৰী পাৰৰ গছ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 6, 2024
Reading Time: 1 min read
A A
0
Save Dighalipukhuri Forum Praises Assam CM for Protecting Nature with Flyover Pledge

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

New Logo Smal 1 | ASSAM TIMES POST

ৰাইজৰ তীব্ৰ প্ৰতিবাদ আৰু ন্যায়ালয়ৰ হস্তক্ষেপত সুৰ সলাবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰে। অৱশেষত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰী পাৰৰ (Dighalipukhuri Tree) শতবছৰীয়া গছ কটা নহয়৷ তেওঁ লগতে জনায় যে নুনমাটি-ৰিজাৰ্ভ বেংক উৰণ সেতুখন ৰবীন্দ্ৰ ভৱনৰ ওচৰতেই সমাপ্ত হ’ব।

CM Himanta Biswa Sarma I
অৱশেষত মুখ্যমন্ত্ৰীৰ ঘোষণা, কটা নাযায় দীঘলীপুখুৰী পাৰৰ গছ:

মঙলবাৰে নিশা চানমাৰিত নিৰ্মীয়মাণ উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ চানমাৰিত উৰণ সেতু নিৰ্মাণ স্থান পৰিদৰ্শন কৰি গছবোৰ যাতে সংৰক্ষণ কৰিব পৰা যায় তাৰ বাবে ইয়াৰ ডিজাইন আৰু দৈৰ্ঘ্যত কিছু পৰিৱৰ্তনৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “কিছু সময় পূৰ্বে নিৰ্মীয়মাণ চানমাৰি উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিলোঁ। আমি ইয়াৰ দৈৰ্ঘ্য আৰু এলাইনমেণ্ট পইণ্টত কিছু সৰু সৰু সালসলনি কৰি ২০২৬ চনৰ পূৰ্বে এই উৰণ সেতুখন সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছোঁ৷”

Tags: অৱশেষত মুখ্যমন্ত্ৰীৰ ঘোষণাকটা নাযায় দীঘলীপুখুৰী পাৰৰ গছ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx