ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

আগৰ ব্যৱসায়ীলৈ সকাহঃ চৰকাৰৰ সিদ্ধান্তক আদৰণি জমিয়তৰ সভাপতিৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 25, 2019
Reading Time: 1 min read
A A
0
ডিফু ৰেল ষ্টেচনক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীলৈ সাংসদ হৰেণছিং বে’ৰ পত্ৰ অৰ্পণ

ASSAM TIMES POST,গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সোমবাৰে কেবিনেট বৈঠকত নতুন ঔদ্যোগিক নীতিত অনুমোদন জনাই ৰাজ্যখনৰ আগৰ কাঠৰ খেতিয়কসকলক সকাহ দিয়া সিদ্ধান্তক আদৰণি জনাইছে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি আৰু আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী মৌলানা মুস্তাক আনফাৰে। সেইদিনা কেবিনেটত বাধ্যবাধকতা অবিহনে নিজা প্ৰচেষ্টাত ৩৫ বিঘা মাটি পৰ্যন্ত আগৰ খেতি কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তদুপৰি চৰকাৰে গোলাঘাটত আগৰৰ বিক্ৰী আৰু ক্ৰয়ৰ বাবে তথা প্ৰছেচিং ইউনিটসহ আন্তঃৰাষ্ট্ৰীয় আগৰ কাঠ বাণিজ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ব্যৱস্থাই উজনি আৰু মধ্য অসমৰ খেতিয়ক আৰু নিবনুৱা যুৱকসকলক লাভান্বিত কৰিব। মুখ্যমন্ত্ৰী সোণোৱাল আৰু তেওঁৰ কেবিনেটক ধন্যবাদ জনাই আনফাৰে কয় যে অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এয়া অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। স্থানীয় সংবাদদাতাৰ সৈতে বৃহস্পতিবাৰে বাৰ্তালাপ কৰি আনফাৰে প্ৰকাশ কৰে যে অসমত আগৰ ব্যৱসায়ৰ সৈতে ২০ লাখৰো অধিক লোক জড়িত হৈ আছে আৰু অনাগত দিনসমূহত আৰু অধিক লোক ইয়াৰ সৈতে জড়িত হ’ব। তদুপৰি গোলাঘাটত প্ৰস্তাৱিত বাণিজ্য কেন্দ্ৰই অসমৰ পৰ্যটন ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ পেলাব কিয়নো বাণিজ্যিক উদ্দেশ্যৰে সমগ্ৰ বিশ্বৰপৰা আগৰ ব্যৱসায়ী আৰু ক্ৰেতা অসমলৈ আহিব। তদুপৰি যদি ই নিয়ন্ত্ৰিত হয় তেতিয়া চৰকাৰে ইয়াৰপৰা শকত পৰিমাণৰ ৰাজহ লাভ কৰিব বুলি আনফাৰে কয়। তেওঁ আগৰ কাঠৰ ব্যৱসায়ত পূৰ্বে থকা বাধ্যবাধকতা আতঁৰাই আগৰ ব্যৱসায়ৰ অগ্ৰগতিৰ অৰ্থে সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে চৰকাৰখনক পুনৰ ধন্যবাদ জনায়।

RELATED POSTS

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

Share4Tweet3Send

Related Posts

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী
EXCLUSIVE

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

by News Desk
November 22, 2022
50
দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন
EXCLUSIVE

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

by News Desk
October 11, 2022
50
আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক
ALL NEWS

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

by Staff Reporter
July 11, 2021
50
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?
ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

by News Desk
October 29, 2020
50
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
50
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক
ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

by Staff Reporter
February 25, 2020
50
ADVERTISEMENT
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

May 25, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx