ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ পৰাম্পৰাগত কাষ্টমাৰী ল’ কোৰ্টৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 6, 2025
Reading Time: 1 min read
A A
0
কাৰবি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ পৰাম্পৰাগত কাষ্টমাৰী ল’ কোৰ্টৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ 

RELATED POSTS

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

সোমবাৰে পুৱা ১১ বজাত ডিফুত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বহু প্ৰতিক্ষিত পৰাম্পৰাগত কাষ্টমাৰী ল’ কোৰ্টৰ শুভ উদ্ধন কৰে কাৰবি আংলং স্বায়তিতশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে।
কাৰবি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ পৰাম্পৰাগত কাষ্টমাৰী ল' কোৰ্টৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ 
কাৰবি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ পৰাম্পৰাগত কাষ্টমাৰী ল’ কোৰ্টৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত 1951 চনত গঠিত বৰ্তমান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বহু প্ৰতীক্ষিত পৰিষদৰ কাষ্ট’মাৰি ল’ কোৰ্টৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

এই উপলক্ষে কাৰ্বি আংলং স্বায়ও শাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত আয়োজিত বিশেষ অনুষ্ঠানত  কাষ্ট’মাৰি ল’ কোৰ্টৰ ন্যায়ৰ কাম কাজৰ পৰিচালনা কৰিবলৈ ছাৰথে ৰংহিক বিচাৰক, ধনছিং লেকথেক  অতিৰিক্ত বিচাৰক আৰু বিলছাম টেৰন আৰু  মিকি টেৰন  ক্রমে ন্যায়িক বিষয়া  হিচাপে নিয়ুক্তি প্ৰদান কৰা হয়।কাষ্ট’মাৰি ল’ কোৰ্টৰ ন্যায়িক দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱাৰ বিচাৰক আৰু বিয়ষা সকলে শপত বাক্য পাঠ কৰে। তেওঁলোকক শপত বাক্য পাঠ কৰে অধ্যক্ষ ৰাজু তিছ য়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অতিৰিক্ত বিচাৰকঅধ্যক্ষ ৰাজু তিছ.আনুষ্ঠানিক উদ্বোধনকাষ্টমাৰী ল' কোৰ্টকাৰবি আংলং স্বায়ত্তশাসিত পৰিষদকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ছাৰথে ৰংহিক বিচাৰকডিফুত কাৰবি আংলংতুলিৰাম ৰংহাঙেধনছিং লেকথেকনিয়ুক্তি প্ৰদানন্যায়িক দায়িত্বন্যায়িক বিষয়ান্যায়ৰ কাম কাজপৰাম্পৰাগত কাষ্টমাৰী ল' কোৰ্টবহু প্ৰতীক্ষিত পৰিষদবিচাৰক শপত বাক্য পাঠবিলছাম টেৰনবিশেষ অনুষ্ঠানবৰ্তমান কাৰ্বি আংলংভাৰতৰ সংবিধানমিকি টেৰনশুভ উদ্ধনষষ্ঠ অনুসূচীসোমবাৰে পুৱা ১১ বজাতস্বায়ত্তশাসিত পৰিষদ১৯৫১ চন
Share5Tweet3Send

Related Posts

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
ADVERTISEMENT
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d