ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ

নিউজ ডেস্কঃ

News Desk by News Desk
January 29, 2025
Reading Time: 1 min read
A A
0
Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

New Logo Smal 4 | ASSAM TIMES POST

আল্‌ট্রাছ’নোগ্রাফি (ultrasonography) কৰাবলৈ গৈ চকু কপালত উঠিল এগৰাকী অন্তঃসত্ত্বা মহিলা (Pregnant women)ৰ। গর্ভস্থ ভ্রূণৰ গর্ভত (In womb of the fetus) আছে আন এটা ভ্রূণ (Another embryo)। এই কথা জানিব পাৰি আচৰিত হৈ পৰে চিকিৎসকসকলো। মহাৰাষ্ট্রৰ বুলধানা জিলাত (Buldhana district of Maharashtra) এই ঘটনাটি পোহৰলৈ আহিছে।

ঘটনা অনুসৰি, দুদিনমান পূৰ্বে বুলধানাৰ চৰকাৰী হস্পিটেললৈ এগৰাকী অন্তঃসত্ত্বা মহিলা শাৰীৰিক পৰীক্ষা কৰাবলৈ আহিছিল। তেওঁ ন মাহৰ গর্ভৱতী আছিল আৰু বয়স ৩২ বছৰ। হস্পিটেলৰ নির্দিষ্ট বিভাগত মহিলার আল্‌ট্রাছ’নোগ্রাফি কৰিছিল স্ত্রীৰোগ বিশেষজ্ঞ প্রসাদ আগৰৱালাই। কিন্তু হঠাৎ তেওঁ লক্ষ্য কৰে যে মহিলাগৰাকীৰ পেটত যিটো ভ্রূণ বৃদ্ধি পাইছে তাৰ ভিতৰত আছে আছে আৰু এটি ভ্ৰূণ। তেওঁ এই কথাত আচৰিত হৈ কিবা ভুল হোৱা বুলি ভাবি তিনিবাৰকৈ মহিলাগৰাকীৰ আল্‌ট্রাছ’নোগ্রাফি কৰে। কিন্তু প্রতিবাৰেই একেই ছবি ওলায়।

health 1 | ASSAM TIMES POST
মহাৰাষ্ট্রৰ বুলধানা জিলাত আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ

লগে লগে তেওঁ ঊর্ধ্বতন চিকিৎসকসকলক খবৰ দিয়ে। ইয়াৰ পিছত ঊৰ্ধতন কৰ্তৃপক্ষৰ নির্দেশত মহিলাগৰাকীক ততাতৈয়াকৈ চম্ভাজিনগৰ হস্পিটেললৈ স্থানান্তৰ কৰা হয়। মহিলাগৰাকীৰ প্রসৱৰ সময়ত যিকোনো ধৰণৰ জটিলতাৰ বাবে পূৰ্বৰে পৰাই প্রস্তুত হৈ আছে তাৰ চিকিৎসকসকল। ইফালে এই খবৰটো প্রকাশ পোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এই ধৰণৰ ঘটনা বিপজ্জনক নেকি, এই ক্ষেত্রত প্ৰসৱৰ সময়ত কি কি সমস্যাই দেখা দিব পাৰে, মাতৃ আৰু গর্ভস্থ সন্তানৰ কিবা ক্ষতি হোৱাৰ সম্ভাৱনা আছে নেকি এই বিষয়বোৰক লৈ সৃষ্টি হৈছে কৌতূহলৰ। অৱশ্যে স্ত্রীৰোগ বিশেষজ্ঞ প্রসাদ আগৰৱালাই জনোৱা মতে, ইয়াৰ ফলত মহিলাগৰাকীৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু প্রসৱৰ পিছত সদ্যোজাত সন্তানৰ অবিলম্বে চিকিৎসা নকৰিলে তাৰ বৃদ্ধি বাধাগ্ৰস্ত হ’ব পাৰে। প্রয়োজনত হয়তো অস্ত্রোপচাৰো কৰিব লাগিব পাৰে।

ইফালে শৈল চিকিৎসক ভাগৱত ভুচাৰিয়ে জনোৱা মতে, চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এই বিৰল ঘটনাক ‘ফিটাছ ইন ফিটু’ (Fetus in fetu) বা ভ্ৰূণৰ ভিতৰত ভ্ৰূণ বোলা হয়। বিশ্বত এই পর্যন্ত এনেধৰণৰ প্রায় ২০০টা ঘটনাৰ তথ্য আছে। ইয়াৰ ভিতৰত মধ্যে ১৫-২০ টা ঘটনা ভাৰততে ঘটিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Fetusinfetuভ্ৰূণৰভিতৰতভ্ৰূণ
Share5Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
51
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
50
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই
National-International

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d