ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chhattisgarh naxalites encounter : ছত্তীশগড়ত কমেও ২২ মাওবাদীক হত্যা, দুই পৃথক সংঘৰ্ষত এজন জোৱানো নিহত

নিউজ ডেস্কঃ

News Desk by News Desk
March 20, 2025
Reading Time: 1 min read
A A
0
Chhattisgarh naxalites encounter : ছত্তীশগড়ত কমেও ২২ মাওবাদীক হত্যা, দুই পৃথক সংঘৰ্ষত এজন জোৱানো নিহত

RELATED POSTS

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

New Logo Smal 1 | ASSAM TIMES POST

ছত্তীশগড়ত মাওবাদী (Chhattisgarh naxalites) দমন অভিযানত যৌথ বাহিনীয়ে পুনৰ যথেষ্ট সফলতা লাভ কৰে। বৃহস্পতিবাৰে পুৱা বিজাপুৰ আৰু কাংকেৰ জিলাত সংঘটিত দুটা পৃথক সংঘৰ্ষত কমেও ২২জন মাওবাদী নিহত (22 Maoists killed) হয়। ছত্তীশগড় আৰক্ষীৰ মতে, মাওবাদীৰ প্ৰত্যাক্ৰমণত নিৰাপত্তা বাহিনীৰ এজন সদস্যও নিহত হয়। ইয়াৰ উপৰি আন দুজন গুৰুতৰভাৱে আহত হয়।

ছত্তীশগড় আৰক্ষীৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত দন্তেৱাড়া জিলাৰ সীমান্তৰ সমীপৰ বিজাপুৰৰ গংগালুৰ এলাৰা অঞ্চলত যৌথ বাহিনীৰ সৈতে সংঘৰ্ষত ১৮ মাওবাদী নিহত হয়। আনহাতে, কাংকেৰেত পৃথক পৃথক সংঘৰ্ষত চাৰিটা মাওবাদী নিহত হয়। দুয়ো স্থানৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।

kill 1 | ASSAM TIMES POST
ছত্তীশগড়ত কমেও ২২ মাওবাদীক হত্যা

বস্তাৰ সংমণ্ডলৰ অন্তৰ্গত বিজাপুৰ আৰু কাংকেৰ জিলাৰ আবুঝমাৰৰ বনাঞ্চলত বিগত কেইমাহমানৰ পৰা নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিএলজিএ (পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মি) আৰু পিএলজিএ (পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ মাজত কেইবাটাও সংঘৰ্ষ সংঘটিত হৈছে। যোৱা ৯ ফেব্ৰুৱাৰীত বিজাপুৰত চি আৰ পি এফ আৰু জিলা ৰিজাৰ্ভ গাৰ্ড বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩১জন মাওবাদী গেৰিলা নিহত হৈছিল।

১৯ জানুৱাৰীৰ পৰা ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু ওড়িশাত যুটীয়া বাহিনীয়ে আন্তঃৰাজ্যিক অভিযান চলাই আহিছে। উক্ত তিনিখন ৰাজ্যত ইতিমধ্যে দুশৰো অধিক মাওবাদীৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলপতিও আছে। আনহাতে, আত্মসমৰ্পণ কৰে নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিচেঞ্জীৰ ভাইবোৱাৰী বিমলাই। তেওঁৰ স্বামী মল্লোজুলা ভেনুগোপাল ৰাও ওৰফে ভূপতি ওৰফে বিবেক ওৰফে সোণু নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 22Maoistskilled২২জনমাওবাদীনিহত
Share5Tweet3Send

Related Posts

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

by News Desk
October 31, 2026
50
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

by News Desk
October 31, 2026
50
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

by News Desk
October 31, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

by News Desk
October 30, 2026
51
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

by News Desk
October 30, 2026
50
ADVERTISEMENT
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

October 31, 2026
50
Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক
Guwahati

Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

October 31, 2026
50
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

October 31, 2026
50
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

October 31, 2026
Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

October 31, 2026
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d