ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ প্ৰাক্তন ডিজিপি পল্লৱ ভট্টাচাৰ্য

ASSAM TIMES POST by ASSAM TIMES POST
February 1, 2020
Reading Time: 1 min read
A A
0
অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ প্ৰাক্তন ডিজিপি পল্লৱ ভট্টাচাৰ্য

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে পল্লৱ ভট্টাচাৰ্যক। অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভট্টাচাৰ্যক নতুন অধ্যক্ষ হিচাপে শুকুৰবাৰে নিযুক্তি দিয়া হয়। উল্লেখ্য যে দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ ৰাকেশ পালৰ নিলম্বনৰ পিছত উক্ত আসনত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছিল অনুপম ৰয়। নতুন অধ্যক্ষ হিচাপে আইপিএছ পল্লৱ ভট্টাচাৰ্যক নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী কাৰ্যালয়ে।

আনহাতে, পল্লৱ ভট্টাচাৰ্যৰ লগতে অসম লোকসেৱা আয়োগত দুগৰাকী নতুন সদস্যও নিযুক্তি দিয়া হৈছে। ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া সঞ্জীৱ গোঁহাই বৰুৱা আৰু এছবি দেওৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ নিৰঞ্জন কলিতাক আয়োগৰ নতুন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে নৱ-নিযুক্ত অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই ১৯৮৬ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱা বিভাগৰ কেডাৰ হিচাপে নিযুক্তি পাইছিল। অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হিচাপে তেওঁ ২০১৯ৰ জানুৱাৰী মাহত অসৱৰ গ্ৰহণ কৰিছিল।

Tags: Featured2
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

July 12, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx