ASSAM TIMES POST
নিইজ ডেস্কঃ আজি পাকিস্তানৰ বিপক্ষে অনুস্থিত যুৱ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে পাকিস্তানক ১০ উইকেটত পৰাস্ত কৰে। পাকিস্তানে বান্ধি দিয়া বিজয়ৰ লক্ষ্য ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ ৩৫.২ অভাৰত অতিক্ৰম কৰে। যশস্বী জয়ছোৱালে ১০৫ ৰাণ কৰাৰ বিপৰীতে দিব্যংশ চাক্সেনাই ৫৯ ৰাণত অপৰাজিত থাকে।













