ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India flight crash । আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ২১০ টা মৃতদেহ ডি এন এ পৰীক্ষাৰ দ্বাৰা চিনাক্ত, ১৮৭ টা পৰিয়ালক হস্তান্তৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 19, 2025
Reading Time: 1 min read
A A
0
Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

শৰীৰ বুলিবলৈ বিশেষ একো নাই। পৰি আছে কেইটামান ছিন্নভিন্ন মৃতদেহ, জ্বলি যোৱা হাত-ভৰিৰ টুকুৰা। কোনটো শৰীৰ কাৰ সেইটোও চিনাক্ত কৰিব পৰা অৱস্থা নাই। সেয়ে ডি এন এ পৰীক্ষা কৰাটোৱেই একমাত্ৰ উপায়। আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত (Ahmedabad Flight) হোৱাৰ ৭ দিন উকলি গ’ল। সাত দিন ধৰি আপোনজনৰ শৰীৰৰ অংগ লাভৰ বাবে অপেক্ষা কৰি আছে আত্মীয়সকলে। মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে।

Air India flight crash ।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ২১০ টা মৃতদেহ ডি এন এ পৰীক্ষাৰ দ্বাৰা চিনাক্ত:

বৃহস্পতিবাৰে গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী হৃষিকেশ পেটেলে কয় যে বৃহস্পতিবাৰে পুৱা ৮.৩০ বজালৈকে ডি এন এ পৰীক্ষাৰ জৰিয়তে আহমেদাবাদত নিহত লোকৰ ২১০ টা মৃতদেহ চিনাক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সকলো পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে।

ইতিমধ্যে ১৮৭ টা মৃতদেহ সংস্কাৰ কৰাৰ বাবে পৰিয়ালক গতাই দিয়া হৈছে। বাকী থকা মৃতদেহসমূহো শীঘ্ৰে পৰিয়ালসমূহক গতাই দিয়া হ’ব। বাকী ৬৪ টা মৃতদেহ চিনাক্তকৰণৰ কাম এতিয়াও অব্যাহত আছে। আজিও আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ লগতে অন্যান্য স্থানত বহি আছে মৃত আৰু নিৰুদ্দেশ হোৱা লোকৰ পৰিয়াল।

উল্লেখ্য যে ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনৰ গেটৱিকলৈ উৰা মাৰিছিল দুৰ্ভগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান এআই১৭১। কিন্তু ৰাণৱেৰ পৰা ওলাই অহাৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখন ভূপতিত হয়। ইয়াৰ পিছতে এক বিস্ফোৰণ ঘটে। বিমানখনত মুঠ ২৪২ জন লোক আছিল। তাৰে ভিতৰত মাত্ৰ এজন যাত্ৰীহে আচৰিত ধৰণে ৰক্ষা পৰে। বাকী সকলোৰে মৃত্যু হয়।

এই পৰ্যন্ত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ জন। দুৰ্ঘটনাটোৰ পিছত এআই ১৭১ত থকা প্ৰায়বোৰ যাত্ৰীৰ মৃতদেহ চিনাক্ত কৰিব পৰা নাই। তেনে অৱস্থাত প্ৰশাসনে ডি এন এ পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। যাত্ৰীসকলৰ আত্মীয়ৰ ডি এন এ নমুনা গুজৰাট ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (এফ এছ এল) আৰু দেশৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়।

এয়াৰ ইণ্ডিয়াৰ বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল। দেওবাৰে ডি এন এ পৰীক্ষাৰ জৰিয়তে তেওঁৰ মৃতদেহো চিনাক্ত কৰা হয়। মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়া হৈছে। সোমবাৰে ৰাজকোটত ৰূপানীৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হয়।

Tags: আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ১৮৭ টা পৰিয়ালক হস্তান্তৰ২১০ টা মৃতদেহ ডি এন এ পৰীক্ষাৰ দ্বাৰা চিনাক্ত
Share4Tweet3Send

Related Posts

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

by News Desk
August 17, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
ADVERTISEMENT
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx