ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Kamakhya rope way I কামাখ্যাত হ’ব ৰোপ ৱে, মুখ্যমন্ত্ৰী ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 28, 2025
Reading Time: 1 min read
A A
0
Kamakhya rope way I কামাখ্যাত হ’ব ৰোপ ৱে, মুখ্যমন্ত্ৰী ঘোষণা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

অম্বুবাচীৰ নিবৃত্তিৰ পিছত শনিবাৰে পুৱা সপৰিয়ালে কামাখ্যা মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himantak Biswa Sarma)। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ নিবৃত্তিৰ পাছত মুখ্যমন্ত্ৰীয়ে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ-কন্যাও আছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে।

Kamakhya rope way I
কামাখ্যাত হ’ব ৰোপ ৱে, মুখ্যমন্ত্ৰী ঘোষণা:

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে অম্বুবাচীৰ পিছত কামাখ্যা মাৰ দৰ্শন কৰাটো বহুদিনীয়া এক পৰম্পৰা। অম্বুবাচী দুদিন আগতেই হৈ গ’ল যদিও জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ শনিবাৰে মহামায়াৰ দৰ্শন কৰে আৰু সপৰিয়ালে মা কামাখ্যাক সেৱা কৰি অসমবাসীৰ কল্যাণ তথা সকলোৰে মংগল কামনা কৰে।

তেওঁ লগতে অম্বুবাচী মেলা নিয়াৰিকৈ পাৰ কৰাৰ বাবে মন্দিৰ কমিটী, পৰ্যটন বিভাগ, পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে সকলোকে ধন্যবাদ জনায়। লগতে ৰোপৱে সন্দৰ্ভত তেওঁ কয় যে ইতিমধ্যে ইয়াৰ কাম বহুত আগবাঢ়িছে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ এটা ৰোপৱে হ’ব আৰু সোণাৰাম খেলপথাৰৰ পৰাও কামাখ্যালৈ আন এটা ৰোপৱে হ’ব। দুয়োটাৰে কাম চলি থকা বুলিও তেওঁ উল্লেখ কৰে।

IMG 20250628 WA0092 | ASSAM TIMES POST

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰথমতে কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱেটো হ’ব। দ্বিতীয় পৰ্যায়ত সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যালৈ হ’ব। ইয়াৰ কাম খুব সোনকালে কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰি ৰাজ্যত কেইবাটাও ৰোপৱেৰ কাম চলি থকা বুলিও কয়।

Tags: কামাখ্যাত হ'ব ৰোপ ৱেমুখ্যমন্ত্ৰী ঘোষণা
Share4Tweet3Send

Related Posts

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ
Guwahati

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

by Staff Reporter
April 20, 2026
50
Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’
Guwahati

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

by News Desk
March 10, 2026
50
Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’
Guwahati

Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

by News Desk
March 10, 2026
50
Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ
Guwahati

Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

by News Desk
March 2, 2026
50
Guwahati Airport : ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, জনালে মুখ্যমন্ত্ৰীয়ে
Guwahati

Guwahati Airport : ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, জনালে মুখ্যমন্ত্ৰীয়ে

by News Desk
February 20, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx