ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বকলীয়াঘাটৰ বিষ্ফোৰণত জড়িত ডিএনএলএ কেডাৰ দলদলীত আটক

ASSAM TIMES POST by ASSAM TIMES POST
February 8, 2020
Reading Time: 1 min read
A A
0
বকলীয়াঘাটৰ বিষ্ফোৰণত জড়িত ডিএনএলএ কেডাৰ দলদলীত আটক

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ বিগত কেইবাটাও মাহ ধৰি কাৰবি আংলঙৰ সীমান্তঞ্চলৰ কেতবোৰ স্থানত কুটাঘাত আৰু ধনদাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা ডিমাছা উগ্ৰপন্থী সংগঠন ডিএনএলএৰ বিৰুদ্ধে কাৰবি আংলং জিলা আৰক্ষীয়ে কেইবাটাও সফল অভিযান চলাইছে ৷

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

সংগঠনটোৰ স্বয়ম্ভূ সেনাধ্যক্ষ গৰাকীক আৰক্ষীয়ে অলপতে আটক কৰাৰ পিছত ডিএনএলএৰ আন এটা দূৰ্ধৰ্ষ কেডাৰ আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

IMG 20200208 WA0006 | ASSAM TIMES POST

ঘটনাৰ বিৱৰণী অনুসৰি এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত আজি পুৱাৰ ভাগত বকলীয়াঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু কিংকৰ বসুমতাৰীৰ নেতৃত্বত লাহৰিজান আৰু ধনশিৰি আৰক্ষীৰ লগতে চিআৰপিএফৰ ২০নং বেটালিয়ান আৰু কোব্ৰা ৰেজিমেণ্টৰ এক অভিযানকাৰীৰ দলে জিলাখনৰ দলদলী সীমান্তৱৰ্তী এলেকাত অভিযান চলাই উগ্ৰপন্থী সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত উগ্ৰপন্থী সদস্যজন বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপথাৰ নগৰজানৰ উজ্জল হাফলংবাৰ ওৰফে নগৰ বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত উগ্ৰপন্থী সদস্যজনৰ পৰা কোনো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও আপত্তিজনক নথি- পত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যোৱা লোক সভা নিৰ্বাচনৰ আগদিনা সন্ধিয়া বকলিয়াঘাটৰ এজন ব্যৱসায়ীৰ বাসগৃহত বেৰত উগ্ৰপন্থী সংগঠনটোৱে বোমা বিষ্ফোৰণ ঘটাই আতংকৰ সৃষ্টি কৰিছিল ৷ তেতিয়াৰ পৰাই উগ্ৰপন্থী সদস্যজন উক্ত বিষ্ফোৰণৰ অভিযোগত অভিযুক্ত আছিল ৷আৰক্ষীয়ে উক্ত গোছৰৰ ভিত্তিতে ধৃত সদস্য জনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT