ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Zubeen Garg I জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ, বাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 27, 2025
Reading Time: 1 min read
A A
0
Zubeen Garg I জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ, বাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

শনিবাৰে চি আৰ পি এফৰ সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জুবিন গাৰ্গৰ (Zubeen Garg) বাসগৃহত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Zubeen Garg I
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ:

আনহাতে, পত্নী গৰিমা গাৰ্গ আৰু পিতৃ কপিল ঠাকুৰৰ লগতে জুবিনৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি জি পি সিঙে কয় যে জুবিন গাৰ্গৰ সৈতে তেওঁৰ সম্বন্ধ প্ৰায় ৩০ বছৰ পূৰ্বৰ। যোৰহাটত থকাৰ সময়ৰ পৰা আছিল জুবিনৰ সৈতে সম্পৰ্ক। কিন্তু তেওঁৰ এনেকুৱা আকস্মিক মৃত্যু দুখজনক। লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰি অসমৰ ৰাইজৰ সৈতে দুখৰ সমভাগী হোৱা বুলি উল্লেখ কৰে।

IMG 20250927 WA0125 | ASSAM TIMES POST

আনহাতে, শনিবাৰে জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে নৱৰত্ন আছিল।

জুবিনে সমগ্ৰ জীৱনকালত গীতৰ যোগেদি মানুহৰ মন জয় কৰাৰ উপৰি দেশৰ অসীম ক্ষমতাক প্ৰত্যেকগৰাকী ব্যক্তিলৈ প্ৰেৰণ কৰা ক্ষমতা আছিল বুলিও উল্লেখ কৰে। জুবিন গাৰ্গ অসম আৰু পৃথিৱীৰ অন্য দেশৰ মাজত এক সেতু আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ নাম জুবিন আছিল আৰু জুবিন মানে হ’ল যি ব্যক্তিয়ে আকাশ চুব পাৰে।

IMG 20250927 WA0127 | ASSAM TIMES POST

সেয়ে কেৱল গুৱাহাটী বা অসমৰ জনতায়ে নহয় দেশৰ ১৪০ কোটি জনতাই তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা বুলি মন্তব্য কৰে। লগতে জুবিনৰ পত্নী গৰিমা, ভগ্নী আৰু পিতৃক ঈশ্বৰে যেন শক্তি দিয়ে তাৰো কামনা কৰি ভগৱানে আশীৰ্বাদ প্ৰদান কৰাৰ বাবে প্ৰাৰ্থনা কৰে।

Tags: কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰজুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিবাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক
Share4Tweet3Send

Related Posts

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ
Guwahati

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

by Staff Reporter
April 20, 2026
50
Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’
Guwahati

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

by News Desk
March 10, 2026
50
Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’
Guwahati

Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

by News Desk
March 10, 2026
50
Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ
Guwahati

Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

by News Desk
March 2, 2026
50
Guwahati Airport : ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, জনালে মুখ্যমন্ত্ৰীয়ে
Guwahati

Guwahati Airport : ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, জনালে মুখ্যমন্ত্ৰীয়ে

by News Desk
February 20, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx