ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Child rape case I ৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা, বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 10, 2025
Reading Time: 1 min read
A A
0
Student gang rape : দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ কৰি ব্লেকমেইল, চাৰি সহপাঠীৰ নাম মাতৃক কৈ আত্মহত্যা কিশোৰীৰ

RELATED POSTS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

Golaghat Police seized illegal weapons in Nagaland

New Logo Smal | ASSAM TIMES POST

গুজৰাটৰ ৰাজকোটত এগৰাকী ছয় বছৰীয়া কিশোৰীক ধৰ্ষণৰ প্ৰচেষ্টা। অভিযোগ অনুসৰি, ধৰ্ষণত ব্যৰ্থ হোৱাৰ বাবে অভিযুক্তই যৌনাংগত ৰড সুমুৱাই দিয়ে। চিকিৎসালয়ত জীৱন-মৃত্যুৰে বৰ্তমান যুঁজি আছে শিশুটিয়ে। আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

Child rape case I
৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা, বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড:

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৪ ডিচেম্বৰত ঘটনাটো সংঘটিত হৈছিল। নিৰ্যাতিতাৰ পিতৃ-মাতৃ কৃষক। সেইদিনাও তেওঁলোক কামলৈ গৈছিল। ৬ বছৰীয়া শিশুটিয়ে খেলপথাৰত খেলি আছিল। তাৰ পৰাই ৩৫ বছৰীয়া যুৱক এজনে তেওঁক ডাঙি নিৰ্জন ঠাইলৈ লৈ যায়। তাতে তেওঁক ধৰ্ষণৰ চেষ্টা কৰে।

ইফালে শিশুটিয়ে সমস্ত শক্তিৰে পলাবলৈ চেষ্টা কৰে। অভিযুক্তৰ পৰা মুক্ত হ’বলৈ তেওঁ চিঞৰে। সেই সময়ত আশে-পাশে থকা মানুহ আহিব বুলি আশংকা কৰি অভিযুক্তই শিশুটিক ধৰ্ষণ নকৰে যদিও খঙত তেওঁ শিশুটিৰ যৌনাংগত লোহাৰ ৰড এডাল সুমুৱাই দি পলাই যায়। ইফালে তেজেৰে লুতুৰি-পুতুৰি হৈ তীব্ৰ বিষত শিশুটিয়ে কান্দিবলৈ ধৰে।

কান্দোনৰ শব্দ শুনি স্থানীয় একাংশ লোকে গৈ তেওঁক উদ্ধাৰ কৰে। লগতে পিতৃ-মাতৃকো খবৰ দিয়েল। সংকটজনক অৱস্থাত তেওঁক ৰাজকোটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গুজৰাট আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ১০টা দল গঠন কৰে।

প্ৰায় ১০০ জন লোকক সোধা-পোছা কৰাৰ অন্তত ৯-১০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে মূল অভিযুক্তক উদ্ধাৰ কৰে। ধৃত ব্যক্তিজন পেছাত ঠিকাভিত্তিক শ্ৰমিক। অৱশ্যে তেওঁ গুজৰাটৰ বাসিন্দা নে আন ৰাজ্যৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুজৰাট আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়াল মধ্যপ্ৰদেশৰ বাসিন্দা।

জীৱিকাৰ সন্ধানত গুজৰাটলৈ আহিছিল পৰিয়ালটো। এতিয়ালৈকে তদন্তকাৰীৰ মতে মাত্ৰ এজন ব্যক্তিয়েহে এই ঘটনা সংঘটিত কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা
Share5Tweet3Send

Related Posts

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
51
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
54
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
53
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
ADVERTISEMENT
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
50
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
50
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
50
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d